১১ দিনত তৃতীয়টো স্বৰ্ণ আজুৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে

ক্লাডন’ মেম’ৰিয়েল এথলেটিকছ মীটত জিনিলে স্বৰ্ণ পদক। ২০০ মিটাৰ দৌৰত হিমাই জিনিলে স্বৰ্ণ পদক। ২৩.৪৩ ছেকেণ্ডেৰে শ্ৰেষ্ঠত্ব অসম কন্যাগৰাকীৰ।

News18-Assam
Updated:July 14, 2019, 10:36 AM IST
১১ দিনত তৃতীয়টো স্বৰ্ণ আজুৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে
ক্লাডন’ মেম’ৰিয়েল এথলেটিকছ মীটত জিনিলে স্বৰ্ণ পদক। ২০০ মিটাৰ দৌৰত হিমাই জিনিলে স্বৰ্ণ পদক। ২৩.৪৩ ছেকেণ্ডেৰে শ্ৰেষ্ঠত্ব অসম কন্যাগৰাকীৰ।
News18-Assam
Updated: July 14, 2019, 10:36 AM IST
ট্ৰেকত ধিং এক্সপ্ৰেছ হিমা দাসৰ আধিপত্য। ক্লাডন’ মেম’ৰিয়েল এথলেটিকছ মীটত জিনিলে স্বৰ্ণ পদক। ২০০ মিটাৰ দৌৰত হিমাই জিনিলে স্বৰ্ণ পদক। ২৩.৪৩ ছেকেণ্ডেৰে শ্ৰেষ্ঠত্ব অসম কন্যাগৰাকীৰ। চেক গণৰাজ্যৰ ক্লাডন’ত হৈছিল মেগা প্ৰতিযোগিতাখন। ১১ দিনত তৃতীয়টো স্বৰ্ণ আজুৰিলে হিমাই। পোলেণ্ড গ্ৰেণ্ড প্ৰিক্সতো হিমাই স্বৰ্ণ পদক জিনিছিল আৰু কুটন’ এথলেটিকছ মীটৰ ২০০ মিটাৰতো স্বৰ্ণ জিনিছিল অসম সন্তান হিমাই।
আৰু চাওক পৰৱৰ্তী বাতৰি