বানত বুৰিল আমেৰিকা, মূষলধাৰ বৰষুণত ৰাজপথত এবুকু পৰ্যন্ত পানী

বানৰ ফলত ৰাজপথতে আবদ্ধ হৈ পৰে বহু যান–বাহন। বহু কাৰ্যালয়ৰ লগতে বাসগৃহতো সোমাল পানী।

News18-Assam
Updated:July 9, 2019, 7:09 AM IST
বানত বুৰিল আমেৰিকা, মূষলধাৰ বৰষুণত ৰাজপথত এবুকু পৰ্যন্ত পানী
বানৰ ফলত ৰাজপথতে আবদ্ধ হৈ পৰে বহু যান–বাহন। বহু কাৰ্যালয়ৰ লগতে বাসগৃহতো সোমাল পানী।
News18-Assam
Updated: July 9, 2019, 7:09 AM IST
ভয়ংকৰ বানৰ কবলত আমেৰিকা। সোমবাৰে হোৱা মূষলধাৰ বৰষুণৰ ফলত ৱাশ্বিংটন ডিচিত সৃষ্টি হৈছে কৃত্ৰিম বান। ঠায়ে ঠায়ে ৰাজপথত এবুকু পৰ্যন্ত হৈছে পানী। বানৰ ফলত ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। কৰ্তন কৰিবলগীয়া হয় বিজুলী সেৱাও। বানৰ কবলত হোৱাইট হাউছৰ এটা অংশও।



বানৰ ফলত ৰাজপথতে আবদ্ধ হৈ পৰে বহু যান–বাহন। বহু কাৰ্যালয়ৰ লগতে বাসগৃহতো সোমাল পানী। বানৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় আমেৰিকাৰ ৰাজধানী চহৰখনত।
আৰু চাওক পৰৱৰ্তী বাতৰি