মানুহৰো যে ইচ্ছা! বিয়া কৰাবলৈ আকাশেৰে উৰি আহিল দৰা, চাওক VIDEO

News18 Assam | News18-Assam
Updated:November 29, 2019, 5:54 PM IST
মানুহৰো যে ইচ্ছা! বিয়া কৰাবলৈ আকাশেৰে উৰি আহিল দৰা, চাওক VIDEO
নিজৰ বিয়াত হাতী–ঘোঁৰা বা বিলাসী বাহনেৰে নহয়, আকাশেৰে উৰি আহিল কইনাঘৰলৈ।

নিজৰ বিয়াত হাতী–ঘোঁৰা বা বিলাসী বাহনেৰে নহয়, আকাশেৰে উৰি আহিল কইনাঘৰলৈ।

  • Share this:
প্ৰতিজন মানুহৰ মন বেলেগ, চিন্তাও বেলেগ। কেতিয়াবা কেতিয়াবা কোনো কোনো লোকে অদ্ভুত চিন্তা বা কৰ্মকাণ্ডৰে নিজকে চৰ্চাৰ কেন্দ্ৰবিন্দু কৰি তুলিব বিচাৰে। তেনে এক আচৰতি কৰ্মকাণ্ডই কৰিলে আমেৰিকাত বাস কৰা এজন ভাৰতীয় মূলৰ লোকে।

নিজৰ বিয়াত হাতী–ঘোঁৰা বা বিলাসী বাহনেৰে নহয়, আকাশেৰে উৰি আহিল কইনাঘৰলৈ। স্কাইডাইভিং কৰি বিবাহস্থলীত উপস্থিত হোৱাৰ এই দৃশ্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা ৰিপ’ৰ্ট অনুসৰি, আমেৰিকাত থকা ভাৰতীয় মূলৰ অক্ষয় যাদৱে নিজৰ বিয়াত কইনা ঘৰত গ্ৰেণ্ড এন্ট্রীৰ বাবে ল’লে আজৱ পন্থা। কইনা ঘৰলৈ আহিবলৈ অধিক সংখ্যক লোকে বিলাসী গাড়ীৰে আহে, কিন্তু অক্ষয় যাদৱ আহিল আকাশেৰে।




 





View this post on Instagram




 

Hardrock Hotel, Cabo San Lucas #skysquared2019 Akaash the groom coming from the sky!


A post shared by Norma Shiheiber (@normashiheiber) on





স্কাইডাইভিং কৰি কুইনাঘৰত উপস্থিত হ’ল দৰা। মেক্সিক’ৰ লছ কেব’ছৰ প্ৰেমিকা গগণপ্ৰীত সিঙক বিয়া কৰাবলৈ উৰা জাহাজৰ পৰা জঁপিয়াই পেৰাছ্যুট খুলি বিবাহ মণ্ডপত উপস্থিত হয় অক্ষয়।


First published: November 29, 2019, 5:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading