কণ্ডমেৰে কি কৰিছে যুৱতীয়ে? শেষত কৰিলে এই কাম! ছচিয়েল মিডিয়াত ভাইৰেল Video

News18 Assam | News18-Assam
Updated:March 22, 2021, 1:37 PM IST
কণ্ডমেৰে কি কৰিছে যুৱতীয়ে? শেষত কৰিলে এই কাম! ছচিয়েল মিডিয়াত ভাইৰেল Video
ভাইৰেল ভিডিও দেখি তবধ মানিলে সকলোৱে। চাওক যুৱতীৰ কাণ্ড

ভাইৰেল ভিডিও দেখি তবধ মানিলে সকলোৱে। চাওক যুৱতীৰ কাণ্ড

  • Share this:
মানুহে কেতিয়া যে কি কৰে, একো ধৰিবই নোৱাৰি! ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক আচৰিত ভিডিও। হাতত কণ্ডমলৈ এগৰাকী যুৱতীয়ে প্ৰস্তুত কৰা ভিডিঅ’ই এতিয়া ধুমুহাৰ সৃষ্টি কৰিছে ইণ্টাৰনেটত।

মোজাৰ দৰে ভৰিত কণ্ডম পৰিধান কৰা দেখিছেনে? সাধাৰণতে যৌন সম্পৰ্কৰ বাবে ব্যৱহাৰ কৰা হয় কণ্ডম। বিভিন্ন সংক্ৰমিত ৰোগ বা অবাঞ্চিত গৰ্ভধাৰণক বাধা দিয়ে কণ্ডমে। গতিকে সকলো দেশতে কণ্ডম ব্যৱহাৰৰ বাবে মানুহক সজাগ কৰা হয়। পিছে...










View this post on Instagram






A post shared by ADULTGRAM 😉 6M (@_adultgram_)






আচৰিত ঘটনা সংঘটিত কৰিছে এগৰাকী যুৱতীয়ে। সম্প্ৰতি ইনষ্টাগ্ৰামৰ এটা ভিডিও ভাইৰেল হৈ পৰিছে। সকলোকে হাঁহিৰ খোৰাক যোগাইছে যুৱতীৰ কাণ্ডই। বিভিন্নজনে কৰিছে ব্যংগাত্মক কমেণ্ট। আচলতে যুৱতীগৰাকীয়ে বুজাব বিচাৰিছে কি?

ভিডিওটোত দেখা গৈছে যে, যুৱতীগৰাকীয়ে পেকেটৰ পৰা কণ্ডম উলিয়াই মোজাৰ দৰে নিজৰ ভৰিত পৰিধান কৰিছে। যি দৃশ্য দেখি সকলো অবাক!
Published by: Himangshu Bhuyan
First published: March 22, 2021, 1:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি