কণ্ডমেৰে কি কৰিছে যুৱতীয়ে? শেষত কৰিলে এই কাম! ছচিয়েল মিডিয়াত ভাইৰেল Video

ভাইৰেল ভিডিও দেখি তবধ মানিলে সকলোৱে। চাওক যুৱতীৰ কাণ্ড
ভাইৰেল ভিডিও দেখি তবধ মানিলে সকলোৱে। চাওক যুৱতীৰ কাণ্ড
- News18 Assam
- Last Updated: March 22, 2021, 1:37 PM IST
মোজাৰ দৰে ভৰিত কণ্ডম পৰিধান কৰা দেখিছেনে? সাধাৰণতে যৌন সম্পৰ্কৰ বাবে ব্যৱহাৰ কৰা হয় কণ্ডম। বিভিন্ন সংক্ৰমিত ৰোগ বা অবাঞ্চিত গৰ্ভধাৰণক বাধা দিয়ে কণ্ডমে। গতিকে সকলো দেশতে কণ্ডম ব্যৱহাৰৰ বাবে মানুহক সজাগ কৰা হয়। পিছে...
View this post on Instagram
আচৰিত ঘটনা সংঘটিত কৰিছে এগৰাকী যুৱতীয়ে। সম্প্ৰতি ইনষ্টাগ্ৰামৰ এটা ভিডিও ভাইৰেল হৈ পৰিছে। সকলোকে হাঁহিৰ খোৰাক যোগাইছে যুৱতীৰ কাণ্ডই। বিভিন্নজনে কৰিছে ব্যংগাত্মক কমেণ্ট। আচলতে যুৱতীগৰাকীয়ে বুজাব বিচাৰিছে কি?
ভিডিওটোত দেখা গৈছে যে, যুৱতীগৰাকীয়ে পেকেটৰ পৰা কণ্ডম উলিয়াই মোজাৰ দৰে নিজৰ ভৰিত পৰিধান কৰিছে। যি দৃশ্য দেখি সকলো অবাক!