ৱেইটাৰক গুলীয়াই হত্যা, অপৰাধ– দেৰিকৈ খাদ্য যোগান!

News18-Assam
Updated:August 18, 2019, 6:40 PM IST
ৱেইটাৰক গুলীয়াই হত্যা, অপৰাধ– দেৰিকৈ খাদ্য যোগান!
Source- Google

পেৰিছত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

  • Share this:
পেৰিছত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এগৰাকী গ্ৰাহকে ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিছিল চেণ্ড উইছ । কিন্তু  ৰেষ্টুৰেন্টত অৰ্ডাৰ দিয়া খাদ্যৰ বাবে কিছু সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ বাবেই ৰেষ্টুৰেন্টখনৰ এজন ৱেইটাৰক গুলীয়াই হত্যা কৰে  গ্ৰাহকজনে।পেৰিছৰ   ন’ইজী-লে-গ্ৰেণ্ড নামৰ এই ৰেষ্টুৰেন্টখনত সংঘটিত হৈছে এই ঘটনা।

source-Google


ৱেইটাৰজনক গুলীয়াই হত্যা কৰাৰ পিছতে ৰেষ্টুৰেন্টখনৰ কৰ্মচাৰীয়ে এই খবৰ দিয়ে আৰক্ষীক। কিন্তু আৰক্ষীক খবৰ দিয়াৰ কথা জানিব পাৰি অস্ত্ৰধাৰী গ্ৰাহকজনে পলায়ন কৰে। গ্ৰাহক জনৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
First published: August 18, 2019, 6:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading