ৱেইটাৰক গুলীয়াই হত্যা, অপৰাধ– দেৰিকৈ খাদ্য যোগান!
News18-Assam Updated:August 18, 2019, 6:40 PM IST

Source- Google
পেৰিছত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা
- News18 Assam
- Last Updated: August 18, 2019, 6:40 PM IST

source-Google
ৱেইটাৰজনক গুলীয়াই হত্যা কৰাৰ পিছতে ৰেষ্টুৰেন্টখনৰ কৰ্মচাৰীয়ে এই খবৰ দিয়ে আৰক্ষীক। কিন্তু আৰক্ষীক খবৰ দিয়াৰ কথা জানিব পাৰি অস্ত্ৰধাৰী গ্ৰাহকজনে পলায়ন কৰে। গ্ৰাহক জনৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।