বাক স্বাধীনতাক উপহাস পাকিস্তানৰ, সংবাদমাধ্যমৰ আগত কথা কোৱাত বাধা এগৰাকী মানৱ অধিকাৰ কৰ্মীক

কৰাচীত এক সাংস্কৃতিক অনুষ্ঠানক প্ৰশাসনে বাধা দিয়া কাৰ্যত বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কৰ্মীজনে।

News18-Assam
Updated:October 28, 2019, 6:37 PM IST
বাক স্বাধীনতাক উপহাস পাকিস্তানৰ, সংবাদমাধ্যমৰ আগত কথা কোৱাত বাধা এগৰাকী মানৱ অধিকাৰ কৰ্মীক
কৰাচীত এক সাংস্কৃতিক অনুষ্ঠানক প্ৰশাসনে বাধা দিয়া কাৰ্যত বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কৰ্মীজনে।
News18-Assam
Updated: October 28, 2019, 6:37 PM IST
বাক স্বাধীনতাক চৰম উপহাস পাকিস্তানত। এগৰাকী মানৱ অধিকাৰ কৰ্মীক জোৰকৈ বাধা প্ৰদান কৰা হ’ল সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰাত। কৰাচীত এক সাংস্কৃতিক অনুষ্ঠানক প্ৰশাসনে বাধা দিয়া কাৰ্যক বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কৰ্মীজনে।

পিছত সংবাদমাধ্যমৰ আগত কৰ্মী জনে সমগ্ৰ ঘটনা প্ৰকাশ কৰিবলৈ খোজাত বাধা প্ৰদান কৰা হয়। অনুষ্ঠানটোত কৰাচীত চলি থকা ন্যায়িক হত্যাক প্ৰতিফলিত কৰি এখন ফটো প্ৰদৰ্শন কৰা হৈছিল। এনেদৰে অতিৰিক্ত ন্যায়িক হত্যাক দৰ্শাই ফটো প্ৰদৰ্শন কৰাৰ ফলতে প্ৰশাসনে বলপূৰ্বক ভাবে বন্ধ কৰে অনুষ্ঠানটো।
আৰু চাওক পৰৱৰ্তী বাতৰি