আৰক্ষীৰ মুখ্য কাৰ্যালয়তে কৰ্মচাৰীয়ে হত্যা কৰিলে চাৰিজন লোকক!

ঘটনাটো সংঘটিত হৈছে পেৰিছত

News18-Assam
Updated:October 4, 2019, 5:53 PM IST
আৰক্ষীৰ মুখ্য কাৰ্যালয়তে কৰ্মচাৰীয়ে হত্যা কৰিলে চাৰিজন লোকক!
ঘটনাটো সংঘটিত হৈছে পেৰিছত
News18-Assam
Updated: October 4, 2019, 5:53 PM IST
খোদ আৰক্ষী চকীতে সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড। চাৰিগৰাকী লোকক ছুৰীকাঘাট এজন লোকৰ। লোকজনৰ আক্ৰমণত আৰক্ষী চকীতে মৃত্যু হয় চাৰিওগৰাকীৰ।ঘটনাটো সংঘটিত হৈছে পেৰিছত। পিছত ঘটনা সন্দৰ্ভত দেশখনৰ আৰক্ষী সচিবে কয় যে, ঘটনাত মৃত্যু হয় আক্ৰমণকাৰীজনো।  আক্ৰমণকাৰী লোকজন আৰক্ষীৰে প্ৰশাসনীক বিভাগৰ কৰ্মচাৰী। কিন্তু কিয় লোকজনে এনে এক হত্যাকাণ্ড সংঘটিত কৰিলে, সেই কথা এতিয়াও পৰিষ্কাৰ হোৱা নাই।

 
আৰু চাওক পৰৱৰ্তী বাতৰি