• Home
  • »
  • News
  • »
  • world
  • »
  • Sara Lee passes away: WWE ৰ প্ৰাক্তন মল্লযুঁজাৰু চাৰা লীৰ ৩০ বছৰ বয়সত মৃত্যু

Sara Lee passes away: WWE ৰ প্ৰাক্তন মল্লযুঁজাৰু চাৰা লীৰ ৩০ বছৰ বয়সত মৃত্যু

WWE ৰ চুপাৰষ্টাৰ, প্ৰাক্তন মল্লযুঁজাৰু চাৰা লীৰ ৩০ বছৰ বয়সত মৃত্যু হয়।

WWE ৰ চুপাৰষ্টাৰ, প্ৰাক্তন মল্লযুঁজাৰু চাৰা লীৰ ৩০ বছৰ বয়সত মৃত্যু হয়।

WWE ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে টুইট কৰিছে, “টাফ এনফ” বিজয়ী, লীয়ে ক্ৰীড়া-বিনোদন জগতৰ বহুতৰে বাবে প্ৰেৰণা আছিল।

  • Share this:
WWE ৰ চুপাৰষ্টাৰ, প্ৰাক্তন মল্লযুঁজাৰু চাৰা লীৰ ৩০ বছৰ বয়সত মৃত্যু হয়। তেওঁ আছিল এগৰাকী প্ৰাক্তন 'টাফ ইনাফ' বিজয়ী।

অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

ছাৰা লীৰ বিবাহ WWEৰ প্ৰাক্তন মল্লযুঁজাৰু ৱেষ্টিন ব্লেকৰ সৈতে হৈছিল। ৱেষ্টিন দম্পতী তিনিটা সন্তানৰ পিতৃ-মাতৃ আছিল।

WWE ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে টুইট কৰিছে, “টাফ এনফ” বিজয়ী, লীয়ে ক্ৰীড়া-বিনোদন জগতৰ বহুতৰে বাবে প্ৰেৰণা আছিল। তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীসকললৈ WWE য়ে আন্তৰিক সমবেদনা জ্ঞাপন কৰিছে।”




চাৰা লীৰ মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি