Unopened bottle of whisky inside fish: মাছৰ পেটত হুইস্কীৰ বটল লাভ কৰিছে এজন মাছমৰীয়াই। বটল একেবাৰে ছিলপেকড। অর্থাৎ ব্যৱহাৰ নকৰা। Unopened bottle of whisky inside fish: মাছৰ পেটত হুইস্কীৰ বটল লাভ কৰিছে এজন মাছমৰীয়াই। বটল একেবাৰে ছিলপেকড। অর্থাৎ ব্যৱহাৰ নকৰা। মাছৰ পেটৰ ভিতৰত লাভ কৰিলে হুইস্কীৰ বটল! একেবাৰে ছিল পেকড বটল লাভ কৰিছে এগৰাকী মাছমৰীয়াই। কিন্তু মাছৰ পেটৰ ভিতৰত সুৰাৰ ছিল পেকড কৰা বটল সোমাল কেনেকৈ! এই ঘটনাৰ ভিডিও ছচিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছতে ব্যাপক ভাবে ভাইৰেল হৈছে।
মাছৰ পেটত কেনেকৈ সোমাল সুৰাৰ বটল তাকো একেবাৰে ছিল পেকড! সেয়া এতিয়াও জনা হোৱা নাই। অনুমান কৰা হৈছে যে,কাৰোবাৰ হাতৰ পৰা পানীত হয়টো পৰি গৈছিল মদৰ বটলটো। আৰু মাছে গিলি পেলাই বটলটো। এতিয়া মাছৰ পেটত মাছমৰীয়া জনে উদ্ধাৰ কৰিছে সুৰাৰ বটলটো।
Published by: Himangshu Bhuyan
First published: June 25, 2021, 16:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|