আমেৰিকাৰ হোৱাইট হাউছৰ সমীপত প্ৰচণ্ড গুলীচালনা, কেইবাজনো হতাহতৰ আশংকা

ANI–এ প্ৰকাশ কৰা অনুসৰি এই গুলীচালনাত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে ৫জন।

News18-Assam
Updated:September 20, 2019, 9:33 AM IST
আমেৰিকাৰ হোৱাইট হাউছৰ সমীপত প্ৰচণ্ড গুলীচালনা, কেইবাজনো হতাহতৰ আশংকা
ANI–এ প্ৰকাশ কৰা অনুসৰি এই গুলীচালনাত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে ৫জন।
News18-Assam
Updated: September 20, 2019, 9:33 AM IST
আমেৰিকাৰ ৱাশ্বিংটন ডিচিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। সংবাদ প্ৰতিষ্ঠান এছ’চিয়েটেড প্ৰেছ (AP)এ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ পৰা এই কথা প্ৰকাশ কৰিছে। ৰিপ’ৰ্ট অনুসৰি, নিশা হোৱাইট হাউছৰ সমীপত নিৰ্বিচাৰ গুলীচালনা কৰে দুৰ্বৃত্তই। এই ঘটনাত কেইবাজনো লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে। ANI–এ প্ৰকাশ কৰা অনুসৰি এই গুলীচালনাত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে ৫জন।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি