• Home
  • »
  • News
  • »
  • world
  • »
  • ইমৰাণ খানৰ সমাৱেশত গুলীচালনা; পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনলৈ লক্ষ্য কৰি চলাইছিল গুলি

ইমৰাণ খানৰ সমাৱেশত গুলীচালনা; পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনলৈ লক্ষ্য কৰি চলাইছিল গুলি

কথমপি প্ৰাণ ৰক্ষা পৰিল ইমৰাণ খানৰ। জানিব পৰা মতে, ভৰিত গুলি লাগিছে ইমৰাণ খানৰ।

কথমপি প্ৰাণ ৰক্ষা পৰিল ইমৰাণ খানৰ। জানিব পৰা মতে, ভৰিত গুলি লাগিছে ইমৰাণ খানৰ।

কথমপি প্ৰাণ ৰক্ষা পৰিল ইমৰাণ খানৰ। জানিব পৰা মতে, ভৰিত গুলি লাগিছে ইমৰাণ খানৰ।

  • Share this:
ইমৰাণ খানৰ জনসভাত গুলীচালনা। ইছলামাবাদৰ সমদলৰ মাজতে গুলীচালনা। ইমৰাণ খানলৈ লক্ষ্য কৰি কৰা হৈছিল গুলীচালনা।

ঘটনাটোত গুলীবিদ্ধ হৈছে সমদলত অংশ লোৱা আন ৫ জন লোক। কথমপি প্ৰাণ ৰক্ষা পৰিল ইমৰাণ খানৰ। জানিব পৰা মতে, ভৰিত গুলি লাগিছে ইমৰাণ খানৰ।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি