
কথমপি প্ৰাণ ৰক্ষা পৰিল ইমৰাণ খানৰ। জানিব পৰা মতে, ভৰিত গুলি লাগিছে ইমৰাণ খানৰ।
কথমপি প্ৰাণ ৰক্ষা পৰিল ইমৰাণ খানৰ। জানিব পৰা মতে, ভৰিত গুলি লাগিছে ইমৰাণ খানৰ।
ইমৰাণ খানৰ জনসভাত গুলীচালনা। ইছলামাবাদৰ সমদলৰ মাজতে গুলীচালনা। ইমৰাণ খানলৈ লক্ষ্য কৰি কৰা হৈছিল গুলীচালনা।
ঘটনাটোত গুলীবিদ্ধ হৈছে সমদলত অংশ লোৱা আন ৫ জন লোক। কথমপি প্ৰাণ ৰক্ষা পৰিল ইমৰাণ খানৰ। জানিব পৰা মতে, ভৰিত গুলি লাগিছে ইমৰাণ খানৰ।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|