পাকিস্তানৰ ৰাৱালপিণ্ডিত বিমান দুৰ্ঘটনা, ১৫জনৰ মৃত্যু

এক বিজ্ঞপ্তিত পাক সেনাই জানিবলৈ দিয়ে যে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছে ৫জন সেনা জোৱান।

News18-Assam
Updated:July 30, 2019, 8:28 AM IST
পাকিস্তানৰ ৰাৱালপিণ্ডিত বিমান দুৰ্ঘটনা, ১৫জনৰ মৃত্যু
এক বিজ্ঞপ্তিত পাক সেনাই জানিবলৈ দিয়ে যে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছে ৫জন সেনা জোৱান।
News18-Assam
Updated: July 30, 2019, 8:28 AM IST
পাকিস্তানৰ ৰাৱালপিণ্ডিত পাক সেনাৰ এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত মৃত্যু হয় ১৫জনৰ। গৰাৰী চহৰৰ সমীপত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। এক বিজ্ঞপ্তিত পাক সেনাই জানিবলৈ দিয়ে যে দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ ভিতৰত আছে ৫জন সেনা জোৱান। দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত পাক সেনাই কোনো তথ্য সদৰি কৰা নাই যদিও ৰাৱালপিণ্ডিৰ মোৰা কালু গাঁৱত নিয়মিত প্ৰশিক্ষণৰ সময়তে বিমানখন দুৰ্ঘটনাত পতিত হোৱা বুলি সদৰি কৰিছে। এই বিমান দুৰ্ঘটনাত ২০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

আৰু চাওক পৰৱৰ্তী বাতৰি