‘Pole Dance’ কৰি থকাৰ মাজতে হঠাৎ ২০ ফুট ওপৰৰ পৰা মুখ থেকেচা খাই পৰি গ’ল যুৱতী, চাওক Video

News18 Assam | News18-Assam
Updated:February 12, 2020, 5:26 PM IST
‘Pole Dance’ কৰি থকাৰ মাজতে হঠাৎ ২০ ফুট ওপৰৰ পৰা মুখ থেকেচা খাই পৰি গ’ল যুৱতী, চাওক Video
এটা ডান্স ক্লাৱত সংঘটিত হৈছে এই ঘটনা

এটা ডান্স ক্লাৱত সংঘটিত হৈছে এই ঘটনা

  • Share this:
এটা ক্লাৱত উদ্দাম নৃত্য এগৰাকী নৃত্যশিল্পীৰ। কৰি আছিল পুল ডান্স। কিন্তু নৃত্য কৰি থকাৰ মাজতে হঠাৎ ত’ললৈ মুখ থেকেচা খাই তললৈ পৰিগ’ল যুৱতীগৰাকী। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা ডান্স ক্লাৱৰ ঘটনা এইটো।

হঠাৎ তললৈ পৰি যোৱা যোৱা যুৱতীগৰাকী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে। প্ৰায় ১৫–২০ ফুট ওপৰৰ পৰা পৰি যোৱা যুৱতীগৰাকীৰ ইতিমধ্যে সম্পন্ন হৈছে এটা অ’পাৰেছন। এতিয়া সকলোৱে নৃত্যশিল্পীগৰাকীৰ আৰোগ্য কামনা কৰিছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি