এটা ডান্স ক্লাৱত সংঘটিত হৈছে এই ঘটনা
এটা ডান্স ক্লাৱত সংঘটিত হৈছে এই ঘটনা
এটা ক্লাৱত উদ্দাম নৃত্য এগৰাকী নৃত্যশিল্পীৰ। কৰি আছিল পুল ডান্স। কিন্তু নৃত্য কৰি থকাৰ মাজতে হঠাৎ ত’ললৈ মুখ থেকেচা খাই তললৈ পৰিগ’ল যুৱতীগৰাকী। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ এটা ডান্স ক্লাৱৰ ঘটনা এইটো।
হঠাৎ তললৈ পৰি যোৱা যোৱা যুৱতীগৰাকী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছে। প্ৰায় ১৫–২০ ফুট ওপৰৰ পৰা পৰি যোৱা যুৱতীগৰাকীৰ ইতিমধ্যে সম্পন্ন হৈছে এটা অ’পাৰেছন। এতিয়া সকলোৱে নৃত্যশিল্পীগৰাকীৰ আৰোগ্য কামনা কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|