ইংলিছ প্ৰিমিয়াৰ লীগত (Coronavirus and EPL) আঢ়ৈ সপ্তাহত ১৫ খন খেল বাতিল কৰা হৈছে ৷ ফুটবলাৰসকল কোভিড পজিটিভ হোৱাৰ পিছত তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেণ্টাইনত ৰাখিছে৷
ইংলিছ প্ৰিমিয়াৰ লীগত (Coronavirus and EPL) আঢ়ৈ সপ্তাহত ১৫ খন খেল বাতিল কৰা হৈছে ৷ ফুটবলাৰসকল কোভিড পজিটিভ হোৱাৰ পিছত তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেণ্টাইনত ৰাখিছে৷
লিডছ আৰু বোলবাৰহেম্পটন দল ক'ৰোনা ভাইৰাছৰ (Coronavirus) সংস্পৰ্শলৈ অহাৰ পিছত ইংলিছ প্ৰিমিয়াৰ লীগ (England Premier League) ফুটবলৰ আৰু কেইখনমান খেল পিছুৱাই দিয়া হৈছে ৷ এষ্টন ভিলাৰ বিৰুদ্ধে লিডছৰ ঘৰুৱা খেলখন পিছুৱাই দিয়া হৈছে৷ ইয়াৰ পূৰ্বে লিভাৰপুলৰ বিৰুদ্ধে দেওবাৰৰ খেলখনো পিছুৱাই দিয়া হৈছিল৷ মঙলবাৰে বোলবাৰহেম্পটন আৰু আৰ্চেনেলৰ মাজৰ খেলো পিছুৱাই দিয়া হৈছিল৷ দেওবাৰে ৱাটফৰ্ডৰ বিৰুদ্ধে ঘৰুৱা খেলখনত খেলা হোৱা নাছিল।
ইংলিছ প্ৰিমিয়াৰ লীগত (Coronavirus and EPL) আঢ়ৈ সপ্তাহত ১৫ খন খেল বাতিল কৰা হৈছে ৷ ফুটবলাৰসকল কোভিড পজিটিভ হোৱাৰ পিছত তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক কোৱাৰেণ্টাইনত ৰাখিছে৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
কৰোনা ভাইৰাছৰ ঘটনাৰ বাবে এখনৰ পিছত আন এখন মেচ পিছুৱাই দিয়া হৈছে৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|