IND vs ENG:টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ইংলেণ্ডৰ

মূল একাদশৰ পৰা বাদ পৰিল বিজয় শংকৰ। স্থান লাভ ঋষভ পণ্টৰ

news18assam
Updated:June 30, 2019, 3:19 PM IST
IND vs ENG:টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত ইংলেণ্ডৰ
মূল একাদশৰ পৰা বাদ পৰিল বিজয় শংকৰ। স্থান লাভ ঋষভ পণ্টৰ
news18assam
Updated: June 30, 2019, 3:19 PM IST
আজি বিশ্বকাপত ভাৰত ইংলেণ্ডৰ মাজত হাই ভল্টেজ মেচ। বিশ্বকাপত ছেমি ফাইনেল খেলাৰ আশা সজীৱ কৰি ৰাখিবলৈ আজি ইংলেণ্ডে দিব লাগিব মৰণ–পৰণ যুঁজ। মেচত জয়ী হ’লে ভাৰতেও ছেমি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিব পাৰিব!

মূল একাদশ

ভাৰত– কে এল ৰাহুল, ৰোহিত শৰ্মা, বিৰাট কোহলী, ঋষভ পণ্ট, কেডাৰ যাদৱ, এম এছ ধোনী, হাৰ্ডিক পাণ্ডিয়া, মহমদ ছামী, কুলদ্বীপ যাদৱ, যুজৱেন্দৰ ছহল, যশপ্ৰীত বুমৰাহ

ইংলেণ্ড– জেচন ৰয়, জনী বাইৰিচটো, জনি ৰ’ট, ইয়ান মৰগান, বেন ষ্টক, জৰ্জ বাটলাৰ, ৱকচ, আদিল ৰছিদ, লিয়াম প্লাংকেট, জ’ফ্ৰা আৰ্চাৰ, মাৰ্ক উদ
আৰু চাওক পৰৱৰ্তী বাতৰি