England Vs New Zealand: ইংলেণ্ডৰ সন্মুখত ২৪২ ৰানৰ লক্ষ্য

News18-Assam
Updated:July 14, 2019, 7:42 PM IST
England Vs New Zealand:  ইংলেণ্ডৰ সন্মুখত ২৪২ ৰানৰ লক্ষ্য
টছত জিকি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডে ৮টা উইকেট হেৰুৱাই ২৪১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

টছত জিকি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডে ৮টা উইকেট হেৰুৱাই ২৪১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

  • Share this:
বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডৰ বেটিং সমাপ্ত। ইংলেণ্ডক ২৪২ ৰানৰ লক্ষ্য বান্ধি দিলে নিউজিলেণ্ডে। টছত জিকি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডে ৮টা উইকেট
হেৰুৱাই ২৪১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অপেনাৰ হেনৰী নিকল্‍‍ছে ৫৫ ৰান, মাৰ্টিন গুপ্তিলে ১৯ ৰান আৰু কেন উইলিয়ামছনে ৩০ ৰান, ৰছ টেইলৰে ১৫ ৰান, টম লাথামে ৪৭ ৰান, জেম্ছ
নীছমে ১৯ ৰান, কলিন ডি গ্ৰেণ্ডম্মে ১৬ ৰান, মিচ্চেল ছান্তনাৰে ৫ ৰান, মাট হেনৰীয়ে ৪ ৰান আৰু ট্ৰেণ্ট বল্টে সংগ্ৰহ কৰে ১ ৰান। ইংলেণ্ডৰ হৈ ক্ৰিছ ৱাকছ আৰু লিয়াম প্লুংকেটে ৩টাকৈ উইকেট দখল কৰাৰ বিপৰীতে জফ্ৰা অৰ্চাৰ আৰু মাৰ্ক উডে লাভ কৰে এটাকৈ উইকেট।
First published: July 14, 2019, 7:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading