England Vs New Zealand: ইংলেণ্ডৰ সন্মুখত ২৪২ ৰানৰ লক্ষ্য
News18-Assam Updated:July 14, 2019, 7:42 PM IST

টছত জিকি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডে ৮টা উইকেট হেৰুৱাই ২৪১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
টছত জিকি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত নিউজিলেণ্ডে ৮টা উইকেট হেৰুৱাই ২৪১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
- News18 Assam
- Last Updated: July 14, 2019, 7:42 PM IST
হেৰুৱাই ২৪১ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। অপেনাৰ হেনৰী নিকল্ছে ৫৫ ৰান, মাৰ্টিন গুপ্তিলে ১৯ ৰান আৰু কেন উইলিয়ামছনে ৩০ ৰান, ৰছ টেইলৰে ১৫ ৰান, টম লাথামে ৪৭ ৰান, জেম্ছ
নীছমে ১৯ ৰান, কলিন ডি গ্ৰেণ্ডম্মে ১৬ ৰান, মিচ্চেল ছান্তনাৰে ৫ ৰান, মাট হেনৰীয়ে ৪ ৰান আৰু ট্ৰেণ্ট বল্টে সংগ্ৰহ কৰে ১ ৰান। ইংলেণ্ডৰ হৈ ক্ৰিছ ৱাকছ আৰু লিয়াম প্লুংকেটে ৩টাকৈ উইকেট দখল কৰাৰ বিপৰীতে জফ্ৰা অৰ্চাৰ আৰু মাৰ্ক উডে লাভ কৰে এটাকৈ উইকেট।