• Home
  • »
  • News
  • »
  • world
  • »
  • IND VS ENG: অভেলত ভাৰতৰ ঐতিহাসিক জয় ! ভাৰতৰ বলিঙৰ সন্মুখত অন্তিম দিনা ইংলিছ বেটছমেনৰ ছন্দপতন...

IND VS ENG: অভেলত ভাৰতৰ ঐতিহাসিক জয় ! ভাৰতৰ বলিঙৰ সন্মুখত অন্তিম দিনা ইংলিছ বেটছমেনৰ ছন্দপতন...

India have won the fourth Test by 157 runs and have taken a crucial 2-1 lead heading into the final Test. : অভেলত ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থ টেষ্টত ভাৰতে বিজয় সাব্য়স্ত কৰিছে।

  • Share this:
IND VS ENG: অভেলত ভাৰত আৰু ইংলেণ্ডৰ মাজত চতুৰ্থ টেষ্টত ভাৰতে বিজয় সাব্য়স্ত কৰিছে। বলাৰসকলে দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক ২১০ ৰাণতে বান্ধি পেলায় আৰু ভাৰতে ১৫৭ ৰাণত বিজয় সাব্যস্ত কৰে।।

অপেনাৰদ্বয়ে সুন্দৰ আৰম্ভণি কৰি প্ৰথম উইকেটৰ যুটিত ১০০ ৰাণ কৰিলেও ভাৰতৰ বলাৰসকলে পঞ্চম দিনা উভতি ধৰে ব্ৰিটিছ বেটছমেনসকলক। অন্তিম তিনিটা উইকেট দখল কৰে উমেশ যাদৱে। বুমৰাহ, শাৰ্দুল আৰু জাদেজাই দুটাকৈ উইকেট দখল কৰে। প্ৰথম ইনিংছত ইংলেণ্ডে ৯৯ ৰাণৰ অগ্ৰগতি লোৱাৰ পিছত ভাৰতে দ্বিতীয় ইনিংছত ৪৬৬ ৰাণৰ সুবিশাল স্ক'ৰ কৰি ইংলেণ্ডক পুনৰ চাপত আনিবলৈ সক্ষম হয়।
Published by:Kokil Sarma
First published: