IND vs ENG: দুৰ্দান্ত আৰম্ভণী ইংলেণ্ডৰ, প্ৰথম উইকেটৰ যুটীত এতিয়ালৈকে ১৪১ ৰানৰ পাৰ্টনাৰশ্বীপ

ইংলেণ্ডৰ দুই অপেনাৰে দেখুৱাইছে বেটিং পৰাক্ৰম

News18-Assam
Updated:June 30, 2019, 4:29 PM IST
IND vs ENG: দুৰ্দান্ত আৰম্ভণী ইংলেণ্ডৰ, প্ৰথম উইকেটৰ যুটীত এতিয়ালৈকে ১৪১ ৰানৰ পাৰ্টনাৰশ্বীপ
ইংলেণ্ডৰ দুই অপেনাৰে দেখুৱাইছে বেটিং পৰাক্ৰম
News18-Assam
Updated: June 30, 2019, 4:29 PM IST
চলি আছে বিশ্বকাপৰ ভাৰত আৰু ইংলেণ্ডৰ মাজৰ হাই ভল্টেজ মেচ। টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা ইংলেণ্ডে খেলৰ আৰম্ভণীৰ পৰাই অব্যাহত ৰাখিছে বেটিং পৰাক্ৰম।

১৯ অভাৰলৈকে ইংলেণ্ডে সংগ্ৰহ কৰিলে ১৪৪ ৰান। দুই অপেনাৰ জেচন ৰয় আৰু বাৰিষ্ট’ ক্ৰমে ৫৯ আৰু ৭৭ ৰানত অপৰাজিত।

জেচন ৰয়ে এতিয়া লৈকে সংগ্ৰহ কৰিছে– ৫৯ ৰান


বেৰিষ্ট’ই এতিয়া লৈকে সংগ্ৰহ কৰিছে– ৭৭ ৰান
আৰু চাওক পৰৱৰ্তী বাতৰি