সাক্ষাত্‍কাৰৰ মাজতে ভূমিকম্পত কঁপি উঠিল নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী! চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:May 25, 2020, 3:21 PM IST
সাক্ষাত্‍কাৰৰ মাজতে ভূমিকম্পত কঁপি উঠিল নিউজীলেণ্ডৰ প্ৰধানমন্ত্ৰী! চাওক ভিডিঅ’
৫.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল লেভিনৰ পৰা ৩০ কিলো মিটাৰ

৫.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল লেভিনৰ পৰা ৩০ কিলো মিটাৰ

  • Share this:
এক ভয়ানক দৃশ্য! চলি আছিল টেলিভিশ্বন সাক্ষাত্‍কাৰ। হঠাত্‍ কঁপি উঠিল ছেট, লাইট। কঁপি উঠিল কেমেৰাও। আহিল এক প্ৰলয়ংকাৰী ভূমিকম্প। ভূমিকম্পৰ ফলত বিস্তাৰ ক্ষয়-ক্ষতি হোৱাৰ খবৰ আহিছে।

টিভিত স্পষ্ট ৰূপত দেখা গৈছিল যে, সাক্ষাত্‍কাৰ দিয়াৰ সময়তে কঁপি উঠিল নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জ্যাচিণ্ডা আৰ্ডান। ৫.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল লেভিনৰ পৰা ৩০ কিলো মিটাৰ দূৰত।

চাওক ভিডিঅ’

First published: May 25, 2020, 3:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading