• Home
  • »
  • News
  • »
  • world
  • »
  • ৰিখটাৰ স্কেলত কম্পনৰ প্ৰাবল্য ৬, ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

ৰিখটাৰ স্কেলত কম্পনৰ প্ৰাবল্য ৬, ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

ভূমিকম্পৰ ফল ক্ষতয়–ক্ষতিৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

ভূমিকম্পৰ ফল ক্ষতয়–ক্ষতিৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

ভূমিকম্পৰ ফল ক্ষতয়–ক্ষতিৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই।

  • Share this:
বুধবাৰে পুৱতিনিশা ভয়াৱহ ভূমিকম্পই কঁপাই তুলিলে তুৰস্ক। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৬। তুৰস্কৰ পশ্চিম অঞ্চলত অনুভূত হয় এই ভূঁইকঁপৰ জোকাৰণি। এই কথা জনাইছে ইউৰোপিয়ান মেডিটাৰেনিয়ান ছিছম’লজিকেল চেণ্টাৰে।

ভূমিকম্পৰ তীব্ৰতা আৰু প্ৰভাৱ আটাইতকৈ বেছি আছিল তুৰস্কৰ দুজকে চহৰত। এই কম্পন অনুভূত হয় ইস্তানবুল আৰু আংকাৰা চহৰতো। ভূমিকম্পৰ ফল ক্ষতয়–ক্ষতিৰ পৰিমাণ এতিয়ালৈ জানিব পৰা হোৱা নাই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি