உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Donald Trump: ভগৱানে সৃষ্টি কৰা আটাইতকৈ সৎ মানুহজন মই- ডোনাল্ড ট্ৰাম্পৰ দাবী

    Donald Trump: ভগৱানে সৃষ্টি কৰা আটাইতকৈ সৎ মানুহজন মই- ডোনাল্ড ট্ৰাম্পৰ দাবী

    ডোনাল্ড ট্ৰাম্পে (Donald Trump) দাবী কৰিছে যে সম্ভৱতঃ ঈশ্বৰে এতিয়ালৈ সৃষ্টি কৰা সকলো মানুহৰ ভিতৰত তেওঁ আটাইতকৈ বেছি সৎ মানুহ ('Most Honest Human Being God Ever Created)।

    • Share this:
    ডোনাল্ড ট্ৰাম্পে (Donald Trump) দাবী কৰিছে যে সম্ভৱতঃ ঈশ্বৰে এতিয়ালৈ সৃষ্টি কৰা সকলো মানুহৰ ভিতৰত তেওঁ আটাইতকৈ বেছি সৎ মানুহ ('Most Honest Human Being God Ever Created)। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্পতিগৰাকীয়ে নৰ্থ কেৰলিনাৰ ছেলমাত এক সমাবেশত এই মন্তব্য কৰে। নিজৰ বিৰুদ্ধে চলি থকা একাধিক কৰ ফাকিৰ কেলেংকাৰী আৰু ২০২০ চনৰ নিৰ্বাচনৰ ফলাফল উলটপালট কৰাৰ চেষ্টাৰ গোচৰত তদন্ত চলি থকাৰ মাজতে নিজকে নিৰ্দোষী সজাবলৈ গৈ ট্ৰাম্পে এইদৰে মন্তব্য কৰে।

    "তুমি পৃথিবীৰ আটাইতকৈ নিকা মানুহ" বুলি ট্ৰাম্পে নিজৰ এজন বন্ধুৰ উদ্ধৃতি দিয়ে আৰু কয় যে বচৰৰ পিছত বছৰৰ ফািল আৰু লাখ লাখ নথি-পত্ৰৰ পৰীক্ষাৰ পিছতো তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ লাভ কৰা নাই। তেওঁৰ গাত কোনো চেকা নাই বুলি দাবী কৰি ট্ৰাম্পে কয়, মই ভাবোঁ, সম্ভৱতঃ ভগৱানে সৃষ্টি কৰা আটাইতকৈ সৎ মানুহজন মই।" চাওক ভিডিঅ'-

    উল্লেখ্য যে চৰকাৰী অধিবক্তাই ট্ৰাম্পে নিজৰ ব্যৱসায়িক নথি-পত্ৰ তদন্তৰ বাবে জমা নিদিয়াৰ অভিযোগত দোষী সাব্যস্ত কৰিব লাগে বুলি আদালতক আনুৰোধ জনাইছে।
    Published by:Manjumoni Borah
    First published: