• Home
  • »
  • News
  • »
  • world
  • »
  • ওচামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ মৃত্যু

ওচামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ মৃত্যু

ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডলাল্ড ট্ৰাম্পে নিশ্চিত কৰিছে লাডেনৰ পুত্ৰৰ মৃত্যুৰ বাতৰি

ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডলাল্ড ট্ৰাম্পে নিশ্চিত কৰিছে লাডেনৰ পুত্ৰৰ মৃত্যুৰ বাতৰি

ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডলাল্ড ট্ৰাম্পে নিশ্চিত কৰিছে লাডেনৰ পুত্ৰৰ মৃত্যুৰ বাতৰি

  • Share this:
    মৃত্যু হ’ল ওচামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ। পিতৃ ওচামা বিন লাডেনৰ পিছত নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ মুৰব্বীৰ দায়িত্ব লোৱা হামজাৰ মৃত্যুৰ বাতৰি কিছুদিন পূৰ্বে বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল যদিও অৱশেষত আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিশ্চিত কৰে হাজমা বিন লাডেনৰ মৃত্যুৰ বাতৰি।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি