মবাইলত কথা পাতি গম নোপোৱাকৈয়ে চলন্ত ৰে’লৰ আগত পৰিল এগৰাকী মহিলা, চাওক শিহৰণকাৰী Video

অন্য যাত্ৰীসকলৰ প্ৰচেষ্টাত সৌভাগ্য ক্ৰমে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়

News18-Assam
Updated:November 2, 2019, 4:53 PM IST
মবাইলত কথা পাতি গম নোপোৱাকৈয়ে চলন্ত ৰে’লৰ আগত পৰিল এগৰাকী মহিলা, চাওক শিহৰণকাৰী Video
অন্য যাত্ৰীসকলৰ প্ৰচেষ্টাত সৌভাগ্য ক্ৰমে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়
News18-Assam
Updated: November 2, 2019, 4:53 PM IST
ষ্টেচনত বহি মবাইলত কথা পাতি আছিল এগৰাকী মহিলাই। কাষৰ ৰেল লাইনেৰে গৈ আছিল ইখনৰ পিছত সিখন ৰে’ল। হৰ্ঠাৎ মহিলাগৰাকীয়ে  মবাইলত কথা পাতি থাকোতেই বহি থকা ঠাইৰ পৰা উঠি আহি ৰে’ল লাইনৰ ফালে আগবাঢ়ে। আৰু গম নোপোৱাকৈয়ে এখন চলন্ত ৰে’লৰ আগত পৰি যায়। কিন্তু কাষতে ৰৈ থকা অন্য যাত্ৰীসকলৰ প্ৰচেষ্টাত সৌভাগ্য ক্ৰমে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাটো সংঘটিত হৈছে মাদ্ৰিদত।

দূৰ্ঘটনাত সামান্য ভাবে আঘাতপ্ৰাপ্তও হয় মহিলাগৰাকী। পিছত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় মহিলাগৰাকীক। বৰ্তমান মহিলাগৰাকী সংকটমুক্ত বুলি জানিব পৰা গৈছে।

আৰু চাওক পৰৱৰ্তী বাতৰি