প্ৰসিদ্ধ ফুটবলাৰ ডিয়েগ’ মাৰাডোনাৰ দেহাৱসান

News18 Assam | News18-Assam
Updated:November 25, 2020, 10:25 PM IST
প্ৰসিদ্ধ ফুটবলাৰ ডিয়েগ’ মাৰাডোনাৰ দেহাৱসান
৬০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ফুটবলৰ যাদুকৰ জনে।

৬০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ফুটবলৰ যাদুকৰ জনে।

  • News18 Assam
  • Last Updated: November 25, 2020, 10:25 PM IST
  • Share this:
আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ ফুটবলাৰ ডিয়েগ’ মাৰাডোনাৰ দেহাৱসান। ৬০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ফুটবলৰ যাদুকৰ জনে। হৃদযন্ত্ৰৰ ক্ৰীয়া বন্ধ হোৱাৰ ফলত মৃত্যুত সাৱটি লয় প্ৰাক্তন ফুটবলাৰ জনে। কিছুদিন পূৰ্বে মাৰাডোনাৰ মগজুৰ এক যটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল।

তাৰকা ফুটবলাৰ মাৰাডোনা সমগ্ৰ বিশ্বতে সমাদৃত। আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী ফুটবল দলৰ অধিনায়ক আছিল মাৰাডোনা।
Published by: Himangshu Bhuyan
First published: November 25, 2020, 10:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading