ভাৰতৰ ইমান নিমখ কিয় লাগে আমেৰিকাক? চাওক এই খবৰ।

ইউৰোপ আৰু আমেৰিকাত দীঘলীয়া সময় ধৰি তুষাৰাপাত হোৱাত প্ৰয়োজন হৈছে যথেষ্ট পৰিমাণৰ নিমখৰ।

news18assam
Updated:May 4, 2019, 2:58 PM IST
ভাৰতৰ ইমান নিমখ কিয় লাগে আমেৰিকাক? চাওক এই খবৰ।
ইউৰোপ আৰু আমেৰিকাত দীঘলীয়া সময় ধৰি তুষাৰাপাত হোৱাত প্ৰয়োজন হৈছে যথেষ্ট পৰিমাণৰ নিমখৰ।
news18assam
Updated: May 4, 2019, 2:58 PM IST
দীঘলীয়া সময়ৰ পৰা প্ৰচণ্ড তুষাৰপাত হৈছে ইউৰোপ আৰু আমেৰিকাত। ব্যাঘাত জন্মিছে যান–বাহন চলাচলত। সেয়ে প্ৰয়োজন হৈছে যথেষ্ট পৰিমাণৰ নিমখৰ। কিয়নো ৰাজপথত পৰা বৰফ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় নিমখ। আৰু ইয়াৰ বাবে ভাৰতৰ পৰা ৯০ শতাংশ নিমখ আমদানি কৰে আমেৰিকাই। পথৰ পৰা বৰফ আঁতৰাবলৈ সাধাৰণতে ব্যৱহাৰ কৰা হয় ছডিয়াম ক্লৰাইড বা অন্য কেমিকেলজাতীয় সামগ্ৰী। পথত বৰফ পৰি থকাৰ বাবেই বৃদ্ধি পায় দুৰ্ঘটনা আৰু এই দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে পথৰ পৰা শীঘ্ৰেই বৰফ আঁতৰাবলৈ ব্যৱহাৰ কৰে নিমখ।
আৰু চাওক পৰৱৰ্তী বাতৰি