• Home
  • »
  • News
  • »
  • world
  • »
  • ইৰাকত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক, মৃত্যু ইৰাকী সেনাৰ কামাণ্ডাৰ সহ পাঁচ জনৰ

ইৰাকত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক, মৃত্যু ইৰাকী সেনাৰ কামাণ্ডাৰ সহ পাঁচ জনৰ

ইৰাকৰ চৰকাৰী টিভি চেনেলৰ খবৰ অনুযায়ী, এই আক্ৰমণ ৰাজধানী বাগদাদৰ উত্তৰ প্ৰান্তত কৰা হয়।

ইৰাকৰ চৰকাৰী টিভি চেনেলৰ খবৰ অনুযায়ী, এই আক্ৰমণ ৰাজধানী বাগদাদৰ উত্তৰ প্ৰান্তত কৰা হয়।

ইৰাকৰ চৰকাৰী টিভি চেনেলৰ খবৰ অনুযায়ী, এই আক্ৰমণ ৰাজধানী বাগদাদৰ উত্তৰ প্ৰান্তত কৰা হয়।

  • Share this:
ইৰাণৰ ‘Quds Force’ ৰ প্ৰমুখ মেজৰ জেনেৰেল কাছিম ছুলেমানীক হত্যা কৰাৰ পিছত আমেৰিকাই আকৌ কৰে আক্ৰমণ। আমেৰিকা সেনাই শনিবাৰে পুৱা ইৰাকী সেনাৰ এগৰাকী কামাণ্ডাৰক লক্ষ্য কৰি লয়। ইৰাকৰ চৰকাৰী টিভি চেনেলৰ খবৰ অনুযায়ী, এই আক্ৰমণ ৰাজধানী বাগদাদৰ উত্তৰ প্ৰান্তত কৰা হয়। আৰক্ষীৰ সুত্ৰৰ খবৰ অনুসৰি, এই আক্ৰমণত মৃত্য হয় ৫ জনৰ।

উল্লেখযোগ্য যে,কাছিম ছুলেমানীৰ নশ্বৰ দেহ লৈ গৈ থকা অৱস্থাত এটা কনভয়ত কৰা হয় এই আক্ৰমণ।

Published by:Himangshu Bhuyan
First published: