• Home
  • »
  • News
  • »
  • world
  • »
  • ৩২৮০ ফুট উচ্চতাত হট এয়াৰ বেলুনৰ ওপৰত নৃত্য কৰিলে এগৰাকী ব্যক্তিয়ে, চাওক Video

৩২৮০ ফুট উচ্চতাত হট এয়াৰ বেলুনৰ ওপৰত নৃত্য কৰিলে এগৰাকী ব্যক্তিয়ে, চাওক Video

সাগৰপৃষ্ঠৰ পৰা ৩২৮০ ফুট উচ্চতাত নৃত্য কৰি গঢ়িলে বিশ্ব অভিলেখ

সাগৰপৃষ্ঠৰ পৰা ৩২৮০ ফুট উচ্চতাত নৃত্য কৰি গঢ়িলে বিশ্ব অভিলেখ

সাগৰপৃষ্ঠৰ পৰা ৩২৮০ ফুট উচ্চতাত নৃত্য কৰি গঢ়িলে বিশ্ব অভিলেখ

  • Share this:
এগৰাকী ব্যক্তিৰ বুকুত অদম্য সাহস! বহুতে চেষ্টাও কৰে নিজৰ নামত বিভিন্ন ধৰণৰ অভিলেখ খোদিত কৰিবলৈ। তাৰ মাজতে চৰ্চালৈ আহিছে এজন বিশেষ যুৱক।যুৱকজনে  গঢ়িছে বিশ্ব অভিলেখ। সাগৰপৃষ্ঠৰ পৰা ৩২৮০ ফুট উচ্চতাত এটা হট এয়াৰ বেলুনৰ ওপৰত নৃত্য কৰিলে এজন ব্যক্তিয়ে।  ফ্ৰান্সৰ ঘটনা এইটো।



গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে, এনেদৰে হট এয়াৰ বেলুনৰ ওপৰত, ইমান উচ্চতাত ইয়াৰ পূৰ্বে কোনেও নৃত্য কৰা নাছিল।

Published by:Himangshu Bhuyan
First published: