ICC Cricket World Cup: পাকিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয়

৪১ ৰানত বিজয় সাব্যস্ত কৰে কেংগাৰু বাহিনীয়ে। প্ৰথমে বেটিং কৰি ৩০৭ ৰান সংগ্ৰহ কৰিছিল অষ্ট্ৰেলিয়াই। 

News18-Assam
Updated:June 12, 2019, 10:51 PM IST
ICC Cricket World Cup: পাকিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয়
৪১ ৰানত বিজয় সাব্যস্ত কৰে কেংগাৰু বাহিনীয়ে। প্ৰথমে বেটিং কৰি ৩০৭ ৰান সংগ্ৰহ কৰিছিল অষ্ট্ৰেলিয়াই। 
News18-Assam
Updated: June 12, 2019, 10:51 PM IST
বিশ্বকাপ ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ জয়। ৪১ ৰানত বিজয় সাব্যস্ত কৰে কেংগাৰু বাহিনীয়ে। প্ৰথমে বেটিং কৰি ৩০৭ ৰান সংগ্ৰহ কৰিছিল অষ্ট্ৰেলিয়াই। আটাইকেইটা উইকেট হেৰুৱাই ৩০৭ ৰান সংগ্ৰহ দলটোৰ। প্ৰত্যুত্তৰত ২৬৬ ৰান কৰি পৰাজয় স্বীকাৰ পাকিস্তানৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি