বিশ্বকাপৰ পৰৱৰ্তী মেচতো বলিদান চিহ্ন থকা গ্ল’ভছ পিন্ধিব ধোনীয়ে!

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চীলে ভাৰতীয় সেনাৰ ‘বলিদান’ চিহ্ন থকা গ্ল’ভছ নিপিন্ধিবলৈ দিছিল নিৰ্দেশ

news18assam
Updated:June 7, 2019, 8:33 PM IST
বিশ্বকাপৰ পৰৱৰ্তী মেচতো বলিদান চিহ্ন থকা গ্ল’ভছ পিন্ধিব ধোনীয়ে!
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চীলে ভাৰতীয় সেনাৰ ‘বলিদান’ চিহ্ন থকা গ্ল’ভছ নিপিন্ধিবলৈ দিছিল নিৰ্দেশ
news18assam
Updated: June 7, 2019, 8:33 PM IST
ধোনীৰ সমৰ্থন দিলে BCCI–এ। বিশ্বকাপত ধোনীয়ে ভাৰতীয় সেনাৰ ‘বলিদান’ চিহ্ন থকা গ্ল’ভছ পৰিধান কৰিয়ে উইকেট কিপিং কৰিব মহেন্দ্ৰ সিং ধোনীয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠিত হোৱা COA ৰ অধ্যক্ষ বিনোদ ৰায়ে উল্লেখ কৰিছে যে ধোনীয়ে আইচিচিৰ কোনো ধৰণৰ নিয়ম উলংঘা কৰা নাই।



PTI ৰ সৈতে হোৱা এক সাক্ষ্যাৎকাৰত বিনোদ ৰায়ে কয় যে ধোনীৰ গ্ল’ভছত যি চিহ্ন আছিল সেয়া ভাৰতীয় সেনাৰ সৈতে সম্পৰ্কিত নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই । ইতিমধ্যে ধোনীৰ গ্ল’ভছক লৈ হোৱা বিতৰ্কৰ সম্পৰ্কত আইচিচিক নিজৰ স্থিতি স্পষ্ট কৰিছে বুলি জানিবলৈ দিয়ে বিনোদ ৰায়ে।

 


আৰু চাওক পৰৱৰ্তী বাতৰি