PAK vs NAM: T20 World Cupত ক্ৰমাগত চতুৰ্থ বিজয় পাকিস্তানৰ ! নামিবিয়াক পৰাস্ত কৰি ছেমিত প্ৰৱেশ পাক দলৰ...

টি-২০ বিশ্বকাপৰ (T20 World Cup 2021) ছেমি ফাইনেলত উপনীত হোৱা পাকিস্তান দ্বিতীয় দল হৈ পৰিছে। ইয়াৰ পূৰ্বে, ইংলেণ্ডে অন্তিম-৪ ত স্থান লাভ কৰিছে। পাকিস্তানে এখন খেলত নামিবিয়াক (Pakistan vs Namibia) ৪৫ ৰাণত পৰাস্ত কৰে। এইটো দলটোৰ একেৰাহে চতুৰ্থ জয়।