உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Cricket: অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথৰ মতে বিশ্বৰ ৪গৰাকী ভয়াৱহ পেচাৰ কোন ? ভাৰতৰ কোনজন বলাৰক ভয় কৰে স্মিথে ?

    Cricket: অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথৰ মতে বিশ্বৰ ৪গৰাকী ভয়াৱহ পেচাৰ কোন ? ভাৰতৰ কোনজন বলাৰক ভয় কৰে স্মিথে ?

    অষ্ট্ৰেলিয়াৰ(Australia) বেটছমেন ষ্টিভ স্মিথ (Steve Smith) বৰ্তমান যুগত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। তেওঁ ৪ জন প্ৰভাৱশালী বলাৰৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত আছে ভাৰত(India)ৰ যশপ্ৰীত বুমৰাহ (Jasprit Bumrah)।

    • Share this:
    অষ্ট্ৰেলিয়াৰ(Australia) বেটছমেন ষ্টিভ স্মিথ (Steve Smith) বৰ্তমান যুগত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন। স্মিথে টেষ্ট ক্ৰিকেটত ডাঙৰ ইনিংছ খেলাৰ লগতে টি-২০ ক্ৰিকেটত সুন্দৰ বেটিং কৰে। টেষ্ট ক্ৰিকেটত দ্ৰুততম ৭ হাজাৰ ৰাণ সম্পূৰ্ণ কৰা বেটছমেনজনৰ বিৰুদ্ধে বলিং কৰাটো যিকোনো লোকৰ বাবে এক প্ৰত্যাহ্বান। অৱশ্যে, এতিয়াও বহুতো বলাৰ আছে যাৰ বিৰুদ্ধে স্মিথে ৰাণ সংগ্ৰহ কৰাটো কঠিন অনুভৱ কৰে। তেওঁ এটা ৱেবছাইটৰ প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে ।

    স্মিথক বৰ্তমান যুগৰ আটাইতকৈ প্ৰভাৱশালী বলাৰৰ বিষয়ে প্ৰশ্ন সোধা হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত তেওঁ কোনো এজনৰ নাম নোলোৱাকৈ ৪ জন প্ৰভাৱশালী বলাৰৰ কথা উল্লেখ কৰে। ইয়াৰ ভিতৰত আছে ভাৰত(India)ৰ যশপ্ৰীত বুমৰাহ (Jasprit Bumrah), ইংলেণ্ডৰ জেমছ এণ্ডাৰছন (James Anderson), দক্ষিণ আফ্ৰিকাৰ কাগিচো ৰাবাডা (Kagiso Rabada) আৰু অষ্ট্ৰেলিয়াৰ পেট কামিন্স (Pat Cummins)। স্মিথে কৈছিল যে এই মুহূৰ্তত, এই চাৰিজন বলাৰে বিশ্ব ক্ৰিকেটত শাসন কৰি আছে। আমোদজনক ভাৱে, স্মিথৰ দ্বাৰা নামাকৰণ কৰা চাৰিওজন দ্ৰুত বলাৰ।
    Published by:Kokil Sarma
    First published: