প্ৰিয় ক্ৰিকেটাৰৰ মৃত্যু, বাতৰি পৰিৱেশনৰ সময়তে উচুপি উঠিল এংকৰ

News18 Assam | News18-Assam
Updated:December 6, 2019, 8:33 AM IST
প্ৰিয় ক্ৰিকেটাৰৰ মৃত্যু, বাতৰি পৰিৱেশনৰ সময়তে উচুপি উঠিল এংকৰ
স্কাই স্প’ৰ্টছৰ এংকৰ বিকী গোমৰছালে যেতিয়া বব উইলিছৰ মৃত্যুৰ খবৰটো পঢ়িবলৈ লয় সেই সময়তে নিগৰি আহে চকুলো।

স্কাই স্প’ৰ্টছৰ এংকৰ বিকী গোমৰছালে যেতিয়া বব উইলিছৰ মৃত্যুৰ খবৰটো পঢ়িবলৈ লয় সেই সময়তে নিগৰি আহে চকুলো।

  • Share this:
ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক আৰু সেই সময়ৰ বেগী বলাৰসকলৰ অন্যতম বব উইলিছৰ বুধবাৰে দেহাবসান ঘটে। উইলিছৰ মৃত্যুৰ খবৰে ম্ৰিয়মান কৰি তোলে ক্ৰিকেট অনুৰাগীসকলক। কেবল অনুৰাগীকেই নহয়, স্কাই স্প’ৰ্টছৰ এগৰাকী মহিলা এংকৰে বব উইলিছৰ মৃত্যুৰ খবৰ পঢ়িবলৈ লৈ উচুপে উঠে ষ্টুডিঅ’ত।

স্কাই স্প’ৰ্টছৰ এংকৰ বিকী গোমৰছালে যেতিয়া বব উইলিছৰ মৃত্যুৰ খবৰটো পঢ়িবলৈ লয় সেই সময়তে নিগৰি আহে চকুলো। লাইভ শ্ব’ৰ মাজতে মহিলা এংকৰগৰাকী উচুপি উঠাত সহযোগী এংকৰ জিম হোৱাইটে দৰ্শকক বব উইলিছৰ মৃত্যুৰ দিয়ে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি