உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • IND vs SA: কে এল ৰাহুল ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক, ৰোহিত শৰ্মা আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ ...

    IND vs SA: কে এল ৰাহুল ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক, ৰোহিত শৰ্মা আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ ...

    শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩ খন এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দল (Indian Team for South Africa ODI Series) ঘোষণা কৰা হয়। কে এল ৰাহুলক (KL Rahul)ক শৃংখলাটোৰ বাবে অধিনায়কত্ব দিয়া হৈছে,  আনহাতে ৰোহিত শৰ্মা (Rohit Sharma) আঘাতৰ বাবে বাহিৰ।

    • Share this:
    শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩ খন এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দল (Indian Team for South Africa ODI Series) ঘোষণা কৰা হয়। কে এল ৰাহুলক (KL Rahul)ক শৃংখলাটোৰ বাবে অধিনায়কত্ব দিয়া হৈছে,  আনহাতে ৰোহিত শৰ্মা (Rohit Sharma) আঘাতৰ বাবে বাহিৰ। বিৰাট কোহলীয়ে (Virat Kohli) এজন খেলুৱৈ হিচাপে দলটোত যোগদান কৰিব। ঋষভ পন্ত আৰু ঈশান কিষাণক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

    আমোদজনক ভাৱে, পেচাৰ যশপ্ৰীত বুমৰাহক এদিনীয়া দলৰ উপ-অধিনায়কত্ব প্ৰদান কৰা হৈছে। বিৰাট কোহলীৰ অলপতে বিচিচিআইৰ সৈতে বিবাদ হৈছিল। অৱশ্যে, এতিয়া এইটো স্পষ্ট হৈ পৰিছে যে তেওঁ অধিনায়কৰ পৰিৱৰ্তে এজন খেলুৱৈ হিচাপে দলত খেলিব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলঃ কে এল ৰাহুল (অধিনায়ক), শিখৰ ধাৱান, ঋতুৰাজ গায়কোৱাড়, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, শ্ৰেয়াছ আয়াৰ, ভেঙ্কটেশ আয়াৰ, ঋষভ পন্ত (উইকেটকিপাৰ), ঈশান কিষাণ (উইকেটকিপাৰ), যুজবেন্দ্ৰ চাহল, ৰবিচন্দ্ৰন অশ্বিন, ৱাশ্বিংটন সুন্দৰ, যশপ্ৰীত বুমৰাহ (উপ-অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ, দীপক চাহাৰ, প্ৰসিদ্ধ কৃষ্ণা, শাৰ্দুল ঠাকুৰ আৰু মহম্মদ ছিৰাজ।
    Published by:Kokil Sarma
    First published: