உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • T20 World Cup: ৱাৰ্ম আপ মেচত ১৮৮ ৰান কৰিও পৰাস্ত ইংলেণ্ড ! ঈষাণ-ৰাহুলৰ অৰ্ধশতক, ভাৰতৰ ৭ উইকেটত জয়লাভ...

    T20 World Cup: ৱাৰ্ম আপ মেচত ১৮৮ ৰান কৰিও পৰাস্ত ইংলেণ্ড ! ঈষাণ-ৰাহুলৰ অৰ্ধশতক, ভাৰতৰ ৭ উইকেটত জয়লাভ...

    টি-২০ বিশ্বকাপ ২০২১ (T20 World Cup)ৰ প্ৰথমখন ৱাৰ্ম-আপ মেচত ভাৰত আৰু ইংলেণ্ড (Ind Vs Eng) মুখামুখি হৈছে। ইংলেণ্ডে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৮৮ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কে এল ৰাহুল আৰু ইষাণ কিষাণৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত ভাৰতে ১৯ অভাৰত মাত্ৰ ৩ টা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়।

    • Share this:
    টি-২০ বিশ্বকাপ ২০২১ (T20 World Cup)ৰ প্ৰথমখন ৱাৰ্ম-আপ মেচত ভাৰত আৰু ইংলেণ্ড মুখামুখি হৈছে। ইংলেণ্ডে ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৮৮ ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতক ১৮৯ ৰাণৰ বিজয়লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ইংলেণ্ডৰ হৈ জনি বেয়াৰস্টোৱে ৩৬ টা বলত ৪টা চাৰি আৰু ১টা ছয়েৰে ৪৯ ৰাণ কৰাৰ বিপৰীতে মইন আলীয়ে অপৰাজিত ৪৩ ৰাণৰ অৱদান আগবঢ়ায়। লিয়াম লিভিংষ্টনে ৩০ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ পেচাৰ মহম্মদ ছামীয়ে ৪০ ৰাণত ৩টা উইকেট দখল কৰাৰ আনহাতে বুমৰাহ আৰু ৰাহুল চাহাৰে ১টাকৈ উইকেট দখল কৰে।

    প্ৰত্যুত্তৰত কে এল ৰাহুল আৰু ইষাণ কিষাণৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত ভাৰতে ১৯ অভাৰত মাত্ৰ ৩ টা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়।
    Published by:Kokil Sarma
    First published: