IND vs ENG: ভাৰতৰ পেচ আক্ৰমণত ধৰাশায়ী ইংলেণ্ড, ১৮৩ ৰানতে সামৰিলে প্ৰথম ইনিংছ...
IND vs ENG: ভাৰতৰ পেচ আক্ৰমণত ধৰাশায়ী ইংলেণ্ড, ১৮৩ ৰানতে সামৰিলে প্ৰথম ইনিংছ...
বুধবাৰে প্ৰথম টেষ্টৰ প্ৰথম দিনা (IND vs ENG 1st Test) ভাৰতৰ বিৰুদ্ধে ১৮৩ ৰাণত অলআউট হয় ইংলেণ্ড (AP)
IND vs ENG 1st Test: ভাৰতৰ বিৰুদ্ধে ১৮৩ ৰাণত অলআউট হয় ইংলেণ্ডৰ দলটো। পেচাৰ যশপ্ৰীত বুমৰাহে ৪৬ ৰাণত ৪ টা উইকেট দখল কৰাৰ সময়ত মহম্মদ ছামীয়ে (Mohammed Shami) ৩ টা উইকেট দখল কৰে।