• Home
  • »
  • News
  • »
  • world
  • »
  • Ind Vs Nz: জয়ৰ দুৱাৰদলিত উপস্থিত হৈও জয়ী হ'ব নোৱাৰিলে ভাৰত ! প্ৰথম টেষ্ট ড্ৰ কৰিলে নিউজিলেণ্ডে...

Ind Vs Nz: জয়ৰ দুৱাৰদলিত উপস্থিত হৈও জয়ী হ'ব নোৱাৰিলে ভাৰত ! প্ৰথম টেষ্ট ড্ৰ কৰিলে নিউজিলেণ্ডে...

টীম ইণ্ডিয়াই (Team India)জয়ৰ নিচেই কাষ চাপিও প্ৰথমখন টেষ্ট জিকিব নোৱাৰিলে। খেলখনৰ পঞ্চম আৰু অন্তিম দিনা (India vs New Zealand Test Series) নিউজিলেণ্ডে ২৮৪ ৰাণৰ লক্ষ্য ৰক্ষা কৰি ৯ উইকেটত ১৬৫ ৰাণ সংগ্ৰহ কৰে আৰু মেচখন ড্ৰ হয়।

  • Share this:
টীম ইণ্ডিয়াই (Team India)জয়ৰ নিচেই কাষ চাপিও প্ৰথমখন টেষ্ট জিকিব নোৱাৰিলে। খেলখনৰ পঞ্চম আৰু অন্তিম দিনা (India vs New Zealand Test Series) নিউজিলেণ্ডে ২৮৪ ৰাণৰ লক্ষ্য ৰক্ষা কৰি ৯ উইকেটত ১৬৫ ৰাণ সংগ্ৰহ কৰে আৰু মেচখন ড্ৰ হয়। অফ স্পিনাৰ আৰ অশ্বিনে (R Ashwin) ৩টা আৰু ৰবীন্দ্ৰ জাদেজাই ৪ টা উইকেট দখল কৰে। ভাৰতে প্ৰথম ইনিংছত ৩৪৫ ৰাণ আৰু দ্বিতীয় ইনিংছত ৭ উইকেটত ২৩৪ ৰাণত তেওঁলোকৰ ইনিংছ ঘোষণা কৰিছিল। নিউজিলেণ্ডে প্ৰথম ইনিংছত ২৯৫ ৰাণ সংগ্ৰহ কৰিছিল। টীম ইণ্ডিয়াই প্ৰথম ইনিংছৰ ভিত্তিত ৪৯ ৰাণৰ অগ্ৰগতি লাভ কৰিছিল। শৃংখলাটোৰ দ্বিতীয় আৰু অন্তিম টেষ্ট ৩ ডিচেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ'ব।

Read- Life Certificate: পেঞ্চনাৰসকলৰ হাতত মাত্ৰ এদিন বাকী আছে, ঘৰত বহি জীৱন প্ৰমাণপত্ৰ জমা কৰিব পাৰে... 

সোমবাৰে অন্তিম দিনা নিউজিলেণ্ডে ভাল আৰম্ভণি কৰিছিল৷ টীম ইণ্ডিয়াৰ বলাৰসকলে প্ৰথম চেছনত এটাও উইকেট ল'ব নোৱাৰিলে। দ্বিতীয় উইকেটৰ বাবে টামা লাথাম আৰু উইলিয়াম চামাৰভিলে ৭৬ ৰাণ যোগ কৰে। উমেশ যাদৱেদুপৰীয়াৰ আহাৰৰ পিছত চামাৰভিলক আউট কৰি দলটোক প্ৰথম সফলতা প্ৰদান কৰে। চামাৰভিলে ১১০ টা বলত ৩৬ ৰাণ কৰে। অন্তিম সময়ত দলটোৰ টেইলএণ্ডাৰসকলে দৃঢ়তাৰে খেলি মেচখন দ্ৰ কৰিবলৈ সক্ষম হয়। অভিষেক টেষ্টতে শতক আৰু অৰ্ধশতক অৰ্জন কৰি শ্ৰেয়াছ আয়াৰে মেন অৱ দ্য মেচৰ সন্মান লাভ কৰে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Kokil Sarma
First published: