ভাৰত ইংলেণ্ডৰ মেচত হৈছে ফিক্সিং! ভাৰতে ভাল অভিনয় কৰিলে, অস্কাৰ পোৱা উচিত!

ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছত ছচিয়েল মিডিয়াত ভাৰতীয় দলক কটু সমালোচনা পাকিস্তানী ক্ৰিকেট অনুৰাগীৰ

News18-Assam
Updated:July 1, 2019, 2:07 PM IST
ভাৰত ইংলেণ্ডৰ মেচত হৈছে ফিক্সিং! ভাৰতে ভাল অভিনয় কৰিলে, অস্কাৰ পোৱা উচিত!
ইংলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পিছত ছচিয়েল মিডিয়াত ভাৰতীয় দলক কটু সমালোচনা পাকিস্তানী ক্ৰিকেট অনুৰাগীৰ
News18-Assam
Updated: July 1, 2019, 2:07 PM IST
দেওবাৰে অনুষ্ঠিত হোৱা বিশ্বকাপৰ মেচত ইংলেণ্ডৰ হাতত ভাৰতীয় দলৰ পৰাজয়ৰ পিছত এতিয়া ছচিয়েল মিডিয়াত ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ পৰিৱৰ্তে পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে ভাৰতীয় দলৰ বিৰুদ্ধে প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ! ছচিয়েল মিডিয়াত নানা কটু মন্তব্যৰে কোহলী বাহিনীক সমালোচনা কৰিছে পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে।

দেওবাৰে ভাৰত পৰাস্ত হোৱাৰ পিছত এতিয়া পাকিস্তান তীব্ৰ চাপত পৰিছে। ইংলেণ্ডৰ জয়ে পাকিস্তানৰ ছেমি ফাইনেল খেলাৰ আশাত  চেচা পানী পৰাৰ উপক্ৰম হৈছে।একাংশ পাকিস্তান অনুৰাগীয়ে মেচখন ফিক্সিং হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ভাৰতে মেচ খনত ইচ্ছাকৃত ভাবে পৰাস্ত হৈছে বুলি অভিহিত কৰিছে ।



আৰু চাওক পৰৱৰ্তী বাতৰি