• Home
  • »
  • News
  • »
  • world
  • »
  • ICC T20 world cup 2021 schedule: চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ভাৰতে, চাওক T-20 বিশ্বকাপৰ সম্পূৰ্ণ সূচী...

ICC T20 world cup 2021 schedule: চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব ভাৰতে, চাওক T-20 বিশ্বকাপৰ সম্পূৰ্ণ সূচী...

আইচিচিয়ে (ICC) মঙলবাৰে এই বছৰৰ টি-২০ বিশ্বকাপৰ (T20 World Cup) সময়সূচী ঘোষণা কৰে। আগতে ক'ৰোনা ভাইৰাছৰ বাবে ভাৰতত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন এতিয়া ওমান আৰু ইউ.এ.ই.-ত অনুষ্ঠিত হ'ব। টি-২০ বিশ্বকাপ ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'ব।

  • Share this:
আইচিচিয়ে (ICC) মঙলবাৰে এই বছৰৰ টি-২০ বিশ্বকাপৰ (T20 World Cup) সময়সূচী ঘোষণা কৰে। আগতে ক'ৰোনা ভাইৰাছৰ বাবে ভাৰতত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখন এতিয়া ওমান আৰু ইউ.এ.ই.-ত অনুষ্ঠিত হ'ব। টি-২০ বিশ্বকাপ ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। ফাইনেল খেল ১৪ নৱেম্বৰত খেলা হ'ব। ভাৰতে ২৪ অক্টোবৰত ইয়াৰ অভিযান আৰম্ভ কৰিব। প্ৰথম খেলত পাকিস্তানৰ (India vs Pakistan) বিৰুদ্ধে খেলিব। চুপাৰ ১২ৰ খেল ২৩ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। ইয়াৰ আগতে, প্ৰথম ৰাউণ্ডৰ মেচবোৰ ১৭ অক্টোবৰৰ আগতে খেলা হ'ব।

Published by:Kokil Sarma
First published: