বছৰি কিমান দৰমহা পায় পাকিস্তানৰ ক্ৰিকেটাৰে?

News18-Assam
Updated:June 18, 2019, 8:19 PM IST
বছৰি কিমান দৰমহা পায় পাকিস্তানৰ ক্ৰিকেটাৰে?
পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বছৰি দৰমহা কিমান জানেনে? যদি নাজানে, চাওক কোনে কিমান দৰমহা পায়?

পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বছৰি দৰমহা কিমান জানেনে? যদি নাজানে, চাওক কোনে কিমান দৰমহা পায়?

  • Share this:
পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলৰ বছৰি দৰমহা কিমান জানেনে? গ্ৰেড হিচাপত দৰমহা পায় চুবুৰীয়া ৰাষ্ট্ৰীয় পাকিস্তানৰ খেলুৱৈসকলে। A, B, C, D আৰু E গ্ৰেডত ভাগ কৰি দৰমহা দিয়া হয় পাকিস্তানী ক্ৰিকেটাৰসকলক। চাওক কোন ক্ৰিকেটাৰে কিমান দৰমহা পায়।

Grade - A
খেলুৱৈ বছৰি দৰমহা (পাকিস্তানৰ হিচাপত) ভাৰতীয় টকা হিচাপত
ছৰফৰাজ আহমেদ ৯৬ লাখ ৪৮ লাখ
ছোৱেইব মালিক ৯৬ লাখ ৪৮ লাখ
আজহাৰ আলী ৯৬ লাখ ৪৮ লাখ
য়াছিৰ শ্বাহ ৯৬ লাখ ৪৮ লাখ
বাবৰ আজম ৯৬ লাখ ৪৮ লাখ
মহম্মদ আমিৰ ৯৬ লাখ ৪৮ লাখ


Grade - B
খেলুৱৈ বছৰি দৰমহা (পাকিস্তানৰ হিচাপত) ভাৰতীয় টকা হিচাপত
মহম্মদ হাফিজ ৬০ লাখ ৩০ লাখ
ফহিম আশ্ৰফ ৬০ লাখ ৩০ লাখ
আছাদ ছফিক ৬০ লাখ ৩০ লাখ
হাছান আলী ৬০ লাখ ৩০ লাখ
ফখৰ জমান ৬০ লাখ ৩০ লাখ
ছাদাব খান ৬০ লাখ ৩০ লাখ

Grade - C
খেলুৱৈ বছৰি দৰমহা (পাকিস্তানৰ হিচাপত) ভাৰতীয় টকা হিচাপত
মহম্মদ আব্বাছ ৪২ লাখ ২১ লাখ
ৱাহাব ৰিয়াজ ৪২ লাখ ২১ লাখ
জুনেইড খান ৪২ লাখ ২১ লাখ
হাৰিছ ছোহেইল ৪২ লাখ ২১ লাখ
ইমাম উল হক ৪২ লাখ ২১ লাখ
মহম্মদ নৱাজ ৪২ লাখ ২১ লাখ
শ্বান মাছুদ ৪২ লাখ ২১ লাখ
উছমান খান ছিনৱাৰী ৪২ লাখ ২১ লাখ
ইমাদ ৱাছিম ৪২ লাখ ২১ লাখ


Grade - D
খেলুৱৈ বছৰি দৰমহা (পাকিস্তানৰ হিচাপত) ভাৰতীয় টকা হিচাপত
ৰুম্মন ৰঈছ ২৪ লাখ ১২ লাখ
আছিফ আলী ২৪ লাখ ১২ লাখ
ৰাহত আলী ২৪ লাখ ১২ লাখ
উছমান ছলাহউদ্দিন ২৪ লাখ ১২ লাখ
হুছেইন তলত ২৪ লাখ ১২ লাখ

Grade - E
খেলুৱৈ বছৰি দৰমহা (পাকিস্তানৰ হিচাপত) ভাৰতীয় টকা হিচাপত
বিলাল আছিফ ১২ লাখ ৬ লাখ
ছাদ আলী ১২ লাখ ৬ লাখ
মহম্মদ ৰিজৱান ১২ লাখ ৬ লাখ
শ্বাহিন শ্বাহ আফ্ৰিদি ১২ লাখ ৬ লাখ
ছাহিবজাদা ফাৰহান ১২ লাখ ৬ লাখ
উম্মেদ আছিফ ১২ লাখ ৬ লাখ


আৰু চাওক
পৰৱৰ্তী বাতৰি