England vs New Zealand, T20 World Cup-2021 Semifinal: আবু ধাবিত অনুষ্ঠিত ছেমি ফাইনেলত নিউজিলেণ্ডে ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত অগ্ৰসৰ হয়।

ইংলেণ্ডে শ্বেখ জায়েদ ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬৭ ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰে, যিটো তেওঁলোকে ১৯ অভাৰত অৰ্জন কৰে। ডেৰিল মিচেল মেন অৱ দ্য মেচ নিৰ্বাচিত হয়, তেওঁ অপৰাজিত ৭২ ৰাণ কৰে। ২ অভাৰত ২০ ৰানৰ প্ৰয়োজন আছিল নিউজিলেণ্ডক কিন্তু মিচেলে পলম নকৰি ৱকছৰ ১৯ তম অভাৰতে ২০ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডক জয়ৰ সোৱাদ দিয়ে।