உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • T20 World Cup-2021: ইংলেণ্ডৰ স্পীনাৰৰ ঘূৰ্ণীত তচনচ কেৰিবিয়ান শিবিৰ ! ৫৫ ৰানতে শেষ ইনিংছ, বিজয়েৰে বিশ্বকাপৰ পাতনি ব্ৰিটিছ বাহিনীৰ...

    T20 World Cup-2021: ইংলেণ্ডৰ স্পীনাৰৰ ঘূৰ্ণীত তচনচ কেৰিবিয়ান শিবিৰ ! ৫৫ ৰানতে শেষ ইনিংছ, বিজয়েৰে বিশ্বকাপৰ পাতনি ব্ৰিটিছ বাহিনীৰ...

    ENG vs WI: ইংলেণ্ডে টি-২০ বিশ্বকাপ (T20 World Cup-2021)ত শক্তিশালী আৰম্ভণি কৰে আৰু ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজক (ENG vs WI) তেওঁলোকৰ প্ৰথম চুপাৰ-১২ মেচত ৬ উইকেটত পৰাস্ত কৰে।

    • Share this:
    ইংলেণ্ডে টি-২০ বিশ্বকাপ (T20 World Cup-2021)ত শক্তিশালী আৰম্ভণি কৰে আৰু ডিফেণ্ডিং চেম্পিয়ন ৱেষ্ট ইণ্ডিজক (ENG vs WI) তেওঁলোকৰ প্ৰথম চুপাৰ-১২ মেচত ৬ উইকেটত পৰাস্ত কৰে।

    ৱেষ্ট ইণ্ডিজৰ বেটছমেনসকল লেগ স্পিনাৰ আদিল ৰছিদ আৰু মইন আলীৰ দ্বাৰা স্পিনৰ ফান্দত পৰিছিল আৰু তেওঁলোকৰ ইনিংছ মাত্ৰ ৫৫ ৰাণতে সমাপ্ত হয়। ইংলেণ্ডেও ৪ টা উইকেট হেৰুৱাই ৫৬ ৰাণৰ সহজ লক্ষ্য প্ৰাপ্ত কৰে। তেওঁলোকে ৮.২ অভাৰত বিজয় লক্ষ্য অৰ্জন কৰে। উইকেটকিপাৰ জছ বাটলাৰে (২৪*) বিজয়ী বাউণ্ডেৰী কোবাই। তেওঁ তেওঁৰ ২২ টা বলৰ অপৰাজিত ইনিংছত ৩ টা বাউণ্ডেৰী কোবাই।
    Published by:Kokil Sarma
    First published: