CWC Final 2019: ক্ৰিকেটৰ পিতৃ ইংলেণ্ড আৰু আণ্ডাৰডগ নিউজীলেণ্ডৰ আজি খিতাপ জয়ৰ মহাৰণ
News18-Assam Updated:July 14, 2019, 12:18 PM IST

ৱৰ্ল্ড কাপ ২০১৯ৰ ফাইনেল ইংলেণ্ড আৰু নিউজীলেণ্ডৰ মাজত। প্ৰথমবাৰৰ বাবে এই ট্ৰফী হাতত তুলি ল’বলৈ সপোন গঢ়ি তুলিছে দুয়োটা দলে।
ৱৰ্ল্ড কাপ ২০১৯ৰ ফাইনেল ইংলেণ্ড আৰু নিউজীলেণ্ডৰ মাজত। প্ৰথমবাৰৰ বাবে এই ট্ৰফী হাতত তুলি ল’বলৈ সপোন গঢ়ি তুলিছে দুয়োটা দলে।
- News18 Assam
- Last Updated: July 14, 2019, 12:18 PM IST
ৱৰ্ল্ড কাপ ২০১৯ৰ ফাইনেল এই দুয়োটা দলৰ মাজত আছে। প্ৰথমবাৰৰ বাবে এই ট্ৰফী হাতত তুলি ল’বলৈ সপোন গঢ়ি তুলিছে দুয়োটা দলে।
৪৫ দিন, ৪৭খন মেচ...আজি অন্ত পৰিব অপেক্ষাৰ। লৰ্ডছ খেলপথাৰত আজি অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন।
বৰ্তমালৈ অনুষ্ঠিত হোৱা ১১খন ৱৰ্ল্ড কাপত অষ্ট্ৰেলিয়াই সৰ্বাধিক ৫খন খেলত পৰাজয় হৈছে। তাৰ পিছত ভাৰত আৰু ৱেষ্ট ইণ্ডিজে ২খনকৈ খিতাপ অৰ্জন কৰিছে। শ্ৰীলংকা আৰু পাকিস্তানে এবাৰকৈ অৰ্জন কৰিছে এই ট্ৰফী।
