• Home
  • »
  • News
  • »
  • world
  • »
  • NZ vs BAN: বাংলাদেশে সৃষ্টি কৰিলে ইতিহাস, বিশ্ব টেষ্ট চেম্পিয়ন নিউজিলেণ্ডৰ মাটিত প্ৰথমবাৰৰ বাবে জিকিলে কোনো টেষ্ট ...

NZ vs BAN: বাংলাদেশে সৃষ্টি কৰিলে ইতিহাস, বিশ্ব টেষ্ট চেম্পিয়ন নিউজিলেণ্ডৰ মাটিত প্ৰথমবাৰৰ বাবে জিকিলে কোনো টেষ্ট ...

বাংলাদেশে নিউজিলেণ্ডৰ (Bangladesh vs New Zealand) বিৰুদ্ধে প্ৰথম খন টেষ্টত ৮ উইকেটত জয়লাভ কৰি ইতিহাস সৃষ্টি কৰে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) প্ৰথম ছিজনৰ বিজয়ী নিউজিলেণ্ডে ৫ বছৰ আৰু ১৭ খন টেষ্ট মেচৰ পিছত ঘৰুৱা খেলত পৰাজিত হৈছে।

  • Share this:
বাংলাদেশে নিউজিলেণ্ডৰ (Bangladesh vs New Zealand) বিৰুদ্ধে প্ৰথম খন টেষ্টত ৮ উইকেটত জয়লাভ কৰি ইতিহাস সৃষ্টি কৰে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (WTC) প্ৰথম ছিজনৰ বিজয়ী নিউজিলেণ্ডে ৫ বছৰ আৰু ১৭ খন টেষ্ট মেচৰ পিছত ঘৰুৱা খেলত পৰাজিত হৈছে। বাংলাদেশে প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে (NZ vs BAN) এখন টেষ্ট মেচত জয়ী হৈছে । নিউজিলেণ্ডৰ মাটিত কিৱিসকলৰ বিৰুদ্ধে যিকোনো ফৰ্মেটত (টেষ্ট, এদিনীয়া, টি-২০) এইটো বাংলাদেশৰ প্ৰথম জয়। বাংলাদেশৰ ঐতিহাসিক বিজয়ৰ নায়ক আছিল ইবাদাত হুছেইন (Ebadot Hossain) যিয়ে দ্বিতীয় ইনিংছত ৬ টা উইকেট দখল কৰিছিল। প্ৰথম টেষ্টৰ অন্তিম দিনা নিউজিলেণ্ডে তেওঁলোকৰ দ্বিতীয় ইনিংছত ১৬৯ ৰাণত আউট হয়। বাংলাদেশে দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্য প্ৰাপ্ত কৰে।
Published by:Kokil Sarma
First published: