• Home
  • »
  • News
  • »
  • world
  • »
  • বুষ্টাৰ ডোজ নোলোৱাৰ পৰিণাম ভুগিছে ব্ৰিটেইনৰ জনতাই, ৯০ শতাংশ সংক্ৰমিত ভৰ্তি ICUত

বুষ্টাৰ ডোজ নোলোৱাৰ পৰিণাম ভুগিছে ব্ৰিটেইনৰ জনতাই, ৯০ শতাংশ সংক্ৰমিত ভৰ্তি ICUত

Britain Coronavirus Cases: চেণ্ট্ৰেল ইংলেণ্ডৰ মিল্টন কীনচত প্ৰধানমন্ত্ৰী বোৰিছ জনছনে কৈছে যে, মই ডাক্তৰৰ সৈতে কথা পাতিছো। তেওঁ লগতে কয় যে, আইচিইউত ইমানেই এতিয়া পেচেণ্ট বাঢ়িছে যে, যিসকলে কোৰোণাৰ তৃতীয় ডোজ ভেকচিনগ্ৰহণ কৰা নাই। যিসকলে ভেকচিন লোৱা নাই তেওঁলোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আঠগুণ বেছি।

  • Share this:
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী Boris Johnson-এ বুধবাৰে ইংলেণ্ডত বিভিন্ন কোভিড প্ৰ'টকল জাৰি কৰাৰ সন্দৰ্ভত নিজৰ মন্তব্য ৰাখে। প্ৰধানমন্ত্ৰীজনে কয় যে, ব্ৰিটেইনত নতুনকৈ কোৰোণাত আক্ৰান্ত ৯০ শতাংশ ৰোগীয়েই লোৱা নাছিল বুষ্টাৰ ডোজ। দেশখনৰ ভেকচিন চেণ্টাৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী জনচনে সকলোকে ভেকচিনৰ বুষ্টাৰ ডোজ ল'বলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে, বৰ্তমানৰ ৯০ শতাংশ সংক্ৰমিত ভৰ্তি হবলগীয়া হৈছে ICUত।

মধ্য ইংলেণ্ডৰ মিল্টন কাইনেছত প্ৰধানমন্ত্ৰীয়ে কয় যে, "মই চিকিৎসকসকলৰ সৈতে কথা পাতিছো, তেওঁলোকে কৈছে যে আইচিইউত বহু সংখ্যক লোক আছে যিয়ে ভেকচিনৰ তৃতীয় পালি গ্ৰহণ কৰা নাই।তেওঁ লগতে কয় যে, আইচিইউত ইমানেই এতিয়া পেচেণ্ট বাঢ়িছে যে, যিসকলে কোৰোণাৰ তৃতীয় ডোজ ভেকচিনগ্ৰহণ কৰা নাই। যিসকলে ভেকচিন লোৱা নাই তেওঁলোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আঠগুণ বেছি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, তথ্য অনুসৰি দেশত দুটা পালি ভেকচিন গ্ৰহণ কৰা প্ৰায় ২.৪ নিযুত লোকে এতিয়ালৈকে বুষ্টাৰ ডোজ গ্ৰহণ কৰা নাই। জনছনে কৈছে, "অমিক্ৰণ ভেৰিয়েণ্ট এতিয়া একেৰাহে বাস্তৱিক সমস্যাৰ হৈছে। কিন্তু ডেল্টাতকৈ ইয়াৰ প্ৰভাৱ কিছু কম। কিন্তু সংক্ৰমণ অতি দ্ৰুতগতিত হয়। হাস্পতালত ভৰ্তি হোৱা অধিকাংশ লোকেই গ্ৰহণ কৰা নাই বুষ্টাৰ ডোজ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Himangshu Bhuyan
First published: