உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Viral Video : পাকঘৰত পতি-পত্নীয়ে বনাই আছিল অশ্লীল ভিডিঅ', হঠাৎ ঘটিল অঘটন

    Viral Video : পাকঘৰত পতি-পত্নীয়ে বনাই আছিল অশ্লীল ভিডিঅ', হঠাৎ ঘটিল অঘটন

    ভাইৰেল দম্পতী

    ভাইৰেল দম্পতী

    Viral Video : অশ্লীল নৃত্য কৰি ভিডিঅ' বনাই আছিল পতি-পত্নীহালে।

    • Share this:
    ছচিয়েল মিডিয়া (Social Media)ত ভাইৰেল হৈছে আৰু এটা ভিডিঅ'। এইবাৰ ভাইৰেল হৈছে এক দম্পতী (Viral Couple)ৰ ভিডিঅ'। পাকঘৰত পতি-পত্নীয়ে মিলি অশ্লীল নৃত্য কৰি থাকোতেই হঠাৎ ঘটিল অঘটন আৰু তাৰ পিছতেই ভাইৰেল হ'ল ভিডিঅ' (Viral Video).

    ভিডিঅ'টোত পতি-পত্নীহালে পাকঘৰত অশ্লীল নৃত্য কৰি থকা দেখা গৈছে। ইষ্টাগ্ৰামত  weon__cl নামৰ একাউণ্টৰ পৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছিল। দুয়োজনে নাচি নাচি মোবাইলতে ৰেকৰ্ডিং কৰি আছিল। মহিলাগৰাকীয়ে গেছত গাখীৰ উতলিবলৈ দিছিল আৰু দুয়োজনে গেছৰ নিচেই কাষতে নাচি আছিল।

    নাচি নাচি মোবাইলত ৰেকৰ্ডিং কৰাত মগ্ন হৈ পৰে দুয়োজন। ইপিনে গেছত গাখীৰ গৰম হৈ আছিল। নাচি থাকোতেই এবাৰত পতিয়ে হাতেৰে পত্নীৰ কঁকালত মাৰিবলৈ ধৰোতেই হাত লাগিল উতলি থকা গৰম গাখীৰৰ চচপেনত। গোটেই গৰম গাখীৰ পতি-পত্নীৰ ওপৰতে পৰিল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

    ঘটনাৰ বাবে সাজু নাছিল পতি-পত্নী। মস্তি কৰি থাকোতেই হঠাৎ ঘটিল দুৰ্ঘটনা। ভিডিঅ'টো ছচিয়েল মিডিয়াত শ্বায়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰে।
    Published by:Manjumoni Borah
    First published: