உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Covid-19 Outbreak in North Korea: উত্তৰ কোৰিয়াত কোভিড–১৯ৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ! ৩ দিনত আক্ৰান্ত ৮,২০,৬২০জন!

    Covid-19 Outbreak in North Korea: উত্তৰ কোৰিয়াত কোভিড–১৯ৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ! ৩ দিনত আক্ৰান্ত ৮,২০,৬২০জন!

    কেচিএনে জনাইছে, ‘‘দেশখনৰ সমস্ত ৰাজ্য, চহৰ আৰু কাউণ্টিসমূহত সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰা হৈছে আৰু সমস্ত উৎপাদন, কৰ্মক্ষেত্ৰ আৰু আৱাসিক স্থান বন্ধ কৰি দিয়া হৈছে।’’

    • Share this:
    North Korea Covid-19 Outbreak: এইবাৰ কোৰোণা মহামাৰীৰ প্ৰাদুৰ্ভাৱ উত্তৰ কোৰিয়াত। দেশখনৰ প্ৰথম কোভিড–১৯ প্ৰাদুৰ্ভাৱত জ্বৰৰ উপসৰ্গ দেখা দিছে আৰু ২,৯৬,১৮০জন লোকৰ, মৃত্যু হৈছে ১৫জনৰ, দেওবাৰে জনায় ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান কেচিএনে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৱে আৰু জনায়, মুঠ ৪২ জনৰ মৃত্যু হৈছে এইপৰ্যন্ত। সংক্ৰমণ হৈছে ৮,২০,৬২০জনৰ, অন্তত ৩,২৪,৫৫০জন চিকিৎসাধীন। উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে জনাইছে, এই কোভিড–১৯ প্ৰাদুৰ্ভাৱে উত্তৰ কোৰিয়াত মহা বিপৰ্যৰ সৃষ্টি কৰিছে।

    কেচিএনে জনাইছে, ‘‘দেশখনৰ সমস্ত ৰাজ্য, চহৰ আৰু কাউণ্টিসমূহত সম্পূৰ্ণৰূপে লকডাউন ঘোষণা কৰা হৈছে আৰু সমস্ত উৎপাদন, কৰ্মক্ষেত্ৰ আৰু আৱাসিক স্থান বন্ধ কৰি দিয়া হৈছে।’’

    ভেকচিন নোলোৱা জনসংখ্যাৰ জৰিয়তে ৰোগৰ বিস্তাৰ ৰোধ কৰাৰ বাবে ‘সৰ্বোচ্চ জৰুৰী কোৱাৰেণ্টাইন ছিষ্টেম’ সক্ৰিয় থকা সত্ত্বেও উত্তৰ কোৰিয়াত এতিয়া প্ৰতিদিনে বহুসংখ্যক লোক আক্ৰান্ত হৈছে। উত্তৰ কোৰিয়াই বৃহস্পতিবাৰে জনায়, ৰাজধানী পিয়ংইয়ঙত অত্যন্ত সংক্ৰামক অমিক্ৰন ভেৰিয়েণ্ট পোৱা গৈছে, তাৰ পিছতে দেশজুৰি লকডাউন ঘোষণা কৰা হৈছে।
    Published by:Sanjay Kumar Das
    First published: