অন্য মহিলাৰ সৈতে পৰকীয়া প্ৰেম! খঙৰ ভমকৰ পত্নীয়ে সঁজাত ভৰাই নৈত উটুৱাই দিলে স্বামীক

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনৰ পত্নীক
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লোকজনৰ পত্নীক
- News18 Assam
- Last Updated: November 26, 2020, 9:53 PM IST
ইমানতে সন্তুষ্ট নহৈ মহিলাগৰাকীয়ে নিজৰ স্বামীক ধৰি বান্ধি এটা সঁজাত বন্দী কৰি উটুৱাই দিয়ে নৈত। মহিলাগৰাকীক সহায় কৰে অন্য চাৰিজন লোকে। আৰু সমগ্ৰ দৃশ্য কেমেৰাত আবদ্ধ কৰি আপলোড কৰে ছচিয়েল মিডিয়াত। এই ঘটনাৰ ভিডিঅ’ ফুটেজ চাই ইতিমধ্যে আৰক্ষীয়ে লোকজনৰ পত্নীসহ চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিছে।
ইফালে নৈত উটুৱাই দিয়া স্বামীৰ সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে। এগৰাকী লোকে নৈৰ পৰা উদ্ধাৰ কৰে লোকজনক। বৰ্তমান চিকিত্সাধীন হৈ আছে লোকজন। এই ঘটনাই এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।