ভয়ংকৰ অগ্নিকাণ্ডত ১৯জনৰ মৃত্যু, ক’ত সংঘটিত হ’ল এই ঘটনা?

স্থানীয় জৰুৰীকালীন বিভাগৰ কৰ্মচাৰীসকলে ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও কেইবাজনো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

News18-Assam
Updated:September 30, 2019, 12:29 PM IST
ভয়ংকৰ অগ্নিকাণ্ডত ১৯জনৰ মৃত্যু, ক’ত সংঘটিত হ’ল এই ঘটনা?
স্থানীয় জৰুৰীকালীন বিভাগৰ কৰ্মচাৰীসকলে ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও কেইবাজনো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।
News18-Assam
Updated: September 30, 2019, 12:29 PM IST
চীনত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত ১৯জন লোকৰ মৃত্যু। দেওবাৰে পূব চীনৰ ঝেজিয়াঙৰ এটা কাৰখানাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত আহত হয় আন তিনিজন লোক। আহত তিনিজনকৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক।

স্থানীয় জৰুৰীকালীন বিভাগৰ কৰ্মচাৰীসকলে ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও কেইবাজনো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল। এজন স্থানীয় বিষয়াই জনোৱা অনুসৰি দেওবাৰে নিশালৈ ১৯জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে প্ৰশাসনে।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি