உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • China Plane Crash: আকাশৰ পৰা পোনে পোনে তললৈ আহি মাটিত খুন্দা মাৰিছিল বিমানখনে ! ভয়ানক বিমান দুৰ্ঘটনাৰ Video চাওক ...

    China Plane Crash: আকাশৰ পৰা পোনে পোনে তললৈ আহি মাটিত খুন্দা মাৰিছিল বিমানখনে ! ভয়ানক বিমান দুৰ্ঘটনাৰ Video চাওক ...

    চীনত বোয়িং ৭৩৭ দুৰ্ঘটনাগ্ৰস্ত হৈছে৷ বিমানখনৰ কেইবাটাও ভিডিঅ' (China Plane Crash) বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে৷ অৱশ্যে আটাইতকৈ ভয়ংকৰ ভিডিঅ'টো পোহৰলৈ আহিছে ।

    • Share this:
    চীনত এক বৃহৎ বিমান দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে৷ চীনত বোয়িং ৭৩৭ দুৰ্ঘটনাগ্ৰস্ত হৈছে৷ বিমানখনৰ কেইবাটাও ভিডিঅ' (China Plane Crash) বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে৷ অৱশ্যে আটাইতকৈ ভয়ংকৰ ভিডিঅ'টো পোহৰলৈ আহিছে । চীনা বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত পোন আছিল, অৰ্থাৎ থিয়কৈ বিমানখন মাটিৰ ফালে লক্ষ্য কৰি তললৈ গৈ আছিল।

    শিহৰণকাৰী এই দুৰ্ঘটনাৰ এই কেইবাটাও Video এতিয়া Social Mediaত ভাইৰেল হৈ পৰিছে।
    Published by:Kokil Sarma
    First published: