உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • প্ৰতাৰক চীন! ছেফটী টেষ্টত ফেইল ভাৰতক যোগান ধৰা ৫০ হাজাৰ PPE কিট

    প্ৰতাৰক চীন! ছেফটী টেষ্টত ফেইল ভাৰতক যোগান ধৰা ৫০ হাজাৰ PPE কিট

    সহায় কৰাৰ নামত চীনৰ ৰাম ঠগন

    সহায় কৰাৰ নামত চীনৰ ৰাম ঠগন

    সহায় কৰাৰ নামত চীনৰ ৰাম ঠগন

    • Share this:
    প্ৰতাৰক চীন! PPE কিট যোগানৰ নামত ভাৰতক চৰম প্ৰতাৰণা চীনৰ। ভাৰতক যোগান ধৰা ৫০ হাজাৰ PPE কিট এতিয়া ফেইল হৈছে ছেফটী টেষ্টত।

    ভাৰতত এতিয়া প্ৰতিদিনে বৃদ্ধি পাই আছে কোৰোণাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰ পৰ্যন্ত দেশত ১২ হাজাৰ লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত। দেশৰ এনে পৰিস্থিতিত চীনৰ পৰা ভাৰতে অৰ্ডাৰ কৰিছিল ডেৰ কোটি PPEকিট। কিন্তু এতিয়া চীনৰ পৰা যোগান ধৰা PPEকিট ছেফটী টেষ্টত বিফল হৈছে।

    The economic timesত প্ৰকাশিত বাতৰি অনুসৰি কোৰোণাৰ বিৰুদ্ধে যুঁজিবলা চীনে ভাৰতক যোগান ধৰিছিল ১ লাখ ৭০ হাজাৰ PPEকিট। কিন্তু তাৰে ৫০ হাজাৰ PPEকিট এতিয়া বিফল হৈছে ছেফটী টেষ্টত।
    Published by:Himangshu Bhuyan
    First published: